গহপুৰত কলাবাৰী আদৰ্শ চিকিৎসালয়ৰ কৰ্মচাৰীৰ প্ৰতিবাদ

গহপুৰত কলাবাৰী আদৰ্শ চিকিৎসালয়ৰ কৰ্মচাৰীৰ প্ৰতিবাদ
  • গহপুৰত প্ৰতিবাদত বহিল কলাবাৰী আদৰ্শ চিকিৎসালয়ৰ কৰ্মচাৰী।
  • বুধবাৰে নিশা সুৰামত্ত যুৱকৰ হাস্পতালৰ নাৰ্ছক দুৰ্ব্যৱহাৰ।
  • নাৰ্ছক দুৰ্ব্যৱহাৰৰ অভিযোগত প্ৰতিবাদ চিকিৎসক, নাৰ্ছ আৰু স্বাস্থ্যকৰ্মীৰ।
  • চিকিত্সাকৰ্মীৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী কৰ্মচাৰীসকলৰ।
  • শীঘ্ৰে বিভাগীয় কৰ্তৃপক্ষক ব্যৱস্থা লোৱাৰ দাবী তোলে চিকিৎসালয়ৰ কৰ্মচাৰীসকলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in