গহপুৰৰ শেহতীয়া বান পৰিস্থিতি, চাওঁক VIDEO

গহপুৰৰ শেহতীয়া বান পৰিস্থিতি, চাওঁক VIDEO

গহপুৰৰ শেহতীয়া বান পৰিস্থিতি কিছু উন্নত হৈছে। পানী কিছু শুকাইছে যদিও, বৰ্তমানেও গহপুৰৰ দক্ষিণাঞ্চলত ব্ৰহ্মপুত্ৰৰ দাঁতি কাষৰীয়া অঞ্চল পানীৰ তলতেই আছে। মানুহৰ লগতে পশুধনৰো যথেষ্ট বিপদ হৈছে এই বানত। চাওঁক গহপুৰৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত ভিডিঅ'-

বানৰ সৈতে সহবাস কৰিব লগা হৈছে জীৱ-জন্তুৱে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in