শেহতীয়া খবৰ
ৰাজ্যত আকৌ ১৯জন কোৰোনা পজিটিভ...  •  অস্বস্তিত নেকি চৰকাৰ! ৫০ সহস্ৰাধিকৰ উপস্থিতিত জেৰেঙাত মোডীয়ে বিলালে লক্ষাধিকৰ ভূমি পট্টা...  •  অস্বস্তিত নেকি চৰকাৰ! ৫০ সহস্ৰাধিকৰ উপস্থিতিত জেৰেঙাত মোডীয়ে বিলালে লক্ষাধিকৰ ভূমি পট্টা...  •  উত্তৰাখণ্ডৰ গংগোত্ৰীৰ স্বামী অজয় যোগীৰ বটদ্ৰৱা থান দৰ্শন...  •  ধেমাজি গ্ৰন্থ উৎসৱ-২০২১ৰ ষষ্ঠ দিনৰ কাৰ্যসূচী...  •  চাউলখোৱাত অসম সাহিত্য সভাৰ সাংস্কৃতিক মৈত্ৰীবন্ধন আৰু ভাৱ বিনিময় অনুষ্ঠানৰ আয়োজন...  •  ধুবুৰী আৱৰ্ত ভৱনৰ সভাকক্ষত চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিকক উপহাৰ বিতৰণ কাৰ্যসূচী...  •  বিশিষ্ট সাহিত্যিক-সমাজ সেৱিকা এলী আহমেদলৈ ‘নেতাজী গৰিমা’ বঁটা...  •  উৰিয়ামঘাটত শিশু অপহৰণ, দুষ্ট চক্ৰ জড়িতৰ সন্দেহ আৰক্ষীৰ...  •  গৰৈমাৰী-সোণতলীত জি কে এছ প্ৰেছ ক্লাবৰ উদ্যোগত 'সাংবাদিকৰ সজাগতা যাত্ৰা'...

গোৱালপাৰাত যাত্ৰীবাহী বাছ দুৰ্ঘটনা, আহত ১১

218
  • গোৱালপাৰাৰ আগিয়াত দুৰ্ঘটনাগ্ৰস্ত যাত্ৰীবাহী বাছ।
  • দুৰ্ঘটনাত আহত ১১ যাত্ৰী।
  • ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনা সংঘটিত হৈছে।
  • ধুবুৰীৰ পৰা গুৱাহাটী অভিমুখী আহি আছিল বাছখন।
  • ডাম্পাৰক অতিক্ৰম কৰিবলৈ চেষ্টা কৰিছিল বাছখনে।
  • সেই সময়তে দ’ খাৱৈত বাগৰি পৰে বাছখন।
  • ইতিমধ্যে আহত লোকসকলক ভৰ্তি কৰা হৈছে গোৱালপাৰা অসামৰিক চিকিৎসালয়ত।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি