গোৱালপাৰাত যাত্ৰীবাহী বাছ দুৰ্ঘটনা, আহত ১১

গোৱালপাৰাত যাত্ৰীবাহী বাছ দুৰ্ঘটনা, আহত ১১
  • গোৱালপাৰাৰ আগিয়াত দুৰ্ঘটনাগ্ৰস্ত যাত্ৰীবাহী বাছ।
  • দুৰ্ঘটনাত আহত ১১ যাত্ৰী।
  • ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনা সংঘটিত হৈছে।
  • ধুবুৰীৰ পৰা গুৱাহাটী অভিমুখী আহি আছিল বাছখন।
  • ডাম্পাৰক অতিক্ৰম কৰিবলৈ চেষ্টা কৰিছিল বাছখনে।
  • সেই সময়তে দ' খাৱৈত বাগৰি পৰে বাছখন।
  • ইতিমধ্যে আহত লোকসকলক ভৰ্তি কৰা হৈছে গোৱালপাৰা অসামৰিক চিকিৎসালয়ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in