গোৱাৰ নতুন মুখ্যমন্ত্ৰীৰূপে সোমবাৰে নিশাই শপত ল’লে প্ৰমোদ সাৱন্তে…

গোৱাৰ নতুন মুখ্যমন্ত্ৰীৰূপে সোমবাৰে নিশাই শপত ল’লে প্ৰমোদ সাৱন্তে…
  • গোৱাৰ নতুন মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত।
  • পানাজীত নিশা শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ল।
  • ৰাজ্যপাল মৃদুলা সিনহাই পাঠ কৰোৱালে শপতবাক্য।
  • উপ মুখ্যমন্ত্ৰী ৰূপে শপত ল'লে দুগৰাকীয়ে।
  • MGPৰ নেতা সুদিন ধৱলিকাৰে আৰু GFP দলৰ নেতা বিজয় সৰদেশাইয়েও ল'লে শপত।
  • মুঠ ১১গৰাকীয়ে কেবিনেট মন্ত্ৰী ৰূপে শপতগ্ৰহণ।
  • মনোহৰ পাৰিকৰৰ বিয়োগৰ পিছতে শপত ল'লে প্ৰমোদ সাৱন্তে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in