গুৱাহাটী প্ৰেছ ক্লাৱত মিডিয়া অ’পিডি সম্পন্ন…

গুৱাহাটী প্ৰেছ ক্লাৱত মিডিয়া অ’পিডি সম্পন্ন…

ডিজিটেল সংবাদ, গুৱাহাটীঃ মহানগৰীৰ আগশাৰীৰ চিকিৎসা প্ৰতিষ্ঠান জিএনআৰচি  চিকিৎসালয়ৰ উদ্যোগত শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত  এক বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়। প্ৰায় ২৫  গৰাকী সংবাদিকে অংশগ্ৰহণ কৰা শিবিৰত উপস্থিত থাকে ডাঃ   পিকে  গুপ্তা আৰু ডাঃ গৌৰৱ হীৰা। শিবিৰত অংশগ্ৰহণকাৰী সকলৰ ৰক্ত চাপ আৰু চুগাৰ পৰীক্ষা কৰে স্বাস্থ্যকর্মী নিশামণি ডেকা আৰু স্বপ্না ৰাজখোৱাই।  জি এন আৰ চি  হস্পিটেলৰ জনসম্পৰ্কৰক্ষী  বিষয়া মামণি গোস্বামী আৰু বাণিজ্যিক  বিষয়া মিৰাজ আহমেদো শিবিৰত উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in