শেহতীয়া খবৰ
দুখীয়াৰ মনৰ কথা বুজ লৈ ন'বেল লাভ কৰা ভাৰতৰ পুত্ৰ-বোৱাৰী...  •  দুখীয়াৰ মনৰ কথা বুজ লৈ ন'বেল লাভ কৰা ভাৰতৰ পুত্ৰ-বোৱাৰী...  •  দুখীয়াৰ মনৰ কথা বুজ লৈ ন'বেল লাভ কৰা ভাৰতৰ পুত্ৰ-বোৱাৰী...  •  ৰহাৰ প্ৰাঞ্জল মেম'ৰিয়েল একাডেমীৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ অনুষ্ঠান  •  বেলতলাত নামাজ পঢ়ি উভতাৰ সময়তে তীব্ৰবেগী বাইকৰ খুন্দাত প্ৰাণ গ'ল এজনৰ, চিচিটিভিত বন্দী দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য, VIDEO  •  বেলতলাত নামাজ পঢ়ি উভতাৰ সময়তে তীব্ৰবেগী বাইকৰ খুন্দাত প্ৰাণ গ'ল এজনৰ, চিচিটিভিত বন্দী দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য, VIDEO  •  নিশা ভূমিকম্পই জোকাৰি গ’ল হিমাচলপ্ৰদেশ...  •  ঢকুৱাখনাৰ ধেনুখনাত ধেমাজি জিলা সমিতিৰ উদ্যোগত অগপৰ ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন  •  মাৰ্ঘেৰিটাৰ বৰগোলাইত পথ দুৰ্ঘটনাত এজন নিহত  •  বৰক্ষেত্ৰীত অগপৰ প্ৰতিষ্ঠা দিৱস, আঞ্চলিক দলত যোগদান বহু পুৰুষ-মহিলাৰ

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন, ২ ৰোগীৰ অভিভাৱকৰ মাজত প্ৰচণ্ড মাৰপিটত মৃত্যু এজন…

542
  • গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন।
  • মঙলবাৰে পুৱতি নিশা প্ৰসূতি বিভাগত দুই ৰোগীৰ অভিভাৱকৰ মাজত প্ৰচণ্ড মাৰপিট।
  • এই ঘটনাত চন্দন ধৰ নামৰ এজন লোকৰ মৃত্যু।
  • মৃত চন্দন ধৰৰ ঘৰ বশিষ্ঠৰ নতুন বজাৰত।
  • হত্যাকাৰী ইছলাম আলী নামৰ লোকজনক পিছত ভঙাগড়ৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
  • সামান্য এটা ঘটনাৰ বাবেই সূত্ৰপাত হৈছিল তৰ্কযুদ্ধৰ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি