গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন, ২ ৰোগীৰ অভিভাৱকৰ মাজত প্ৰচণ্ড মাৰপিটত মৃত্যু এজন…

  • গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন।
  • মঙলবাৰে পুৱতি নিশা প্ৰসূতি বিভাগত দুই ৰোগীৰ অভিভাৱকৰ মাজত প্ৰচণ্ড মাৰপিট।
  • এই ঘটনাত চন্দন ধৰ নামৰ এজন লোকৰ মৃত্যু।
  • মৃত চন্দন ধৰৰ ঘৰ বশিষ্ঠৰ নতুন বজাৰত।
  • হত্যাকাৰী ইছলাম আলী নামৰ লোকজনক পিছত ভঙাগড়ৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
  • সামান্য এটা ঘটনাৰ বাবেই সূত্ৰপাত হৈছিল তৰ্কযুদ্ধৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in