গুৱাহাটী পৌৰ নিগম নিৰ্বাচনঃ ২২নং ৱাৰ্ডত জয়ী বিজেপি প্ৰাৰ্থী স্মিতা…

গুৱাহাটী পৌৰ নিগম নিৰ্বাচনঃ ২২নং ৱাৰ্ডত জয়ী বিজেপি প্ৰাৰ্থী স্মিতা…
  • গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ প্ৰথমটো ফলাফল ঘোষণা।
  • ভোটগ্ৰহণৰ পূৰ্বেই বিনা প্ৰতিন্দন্দ্বিতাৰে নিৰ্বাচিত হৈছে বিজেপিৰ এগৰাকী প্ৰাৰ্থী
  • ২২নং ৱাৰ্ডৰ পৰা জয়ী হোৱা প্ৰাৰ্থীগৰাকীৰ নাম স্মিতা ৰয় দাস।
  • বিজেপি প্ৰাৰ্থীগৰাকী জয়ী হোৱাৰ পাছতে বিজেপি কৰ্মীসকলৰ উছাহ-উল্লাহ।
  • ২২ এপ্ৰিলত অনুষ্ঠিত হ'ব গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in