শেহতীয়া খবৰ
লামডিঙত ভাৰতীয় জীৱন বীমা নিগমৰ কাৰ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড...  •  ২৫ দিনৰ মূৰতহে হাঁহিছে এইজন পিতৃয়ে!  •  চিকিৎসালয়ত ভৰ্তি জনপ্ৰিয় অভিনেতা ৰজনীকান্ত...  •  চিকিৎসালয়ত ভৰ্তি জনপ্ৰিয় অভিনেতা ৰজনীকান্ত...  •  অসমত আকৌ ৩২২জন কোভিড পজিটিভ, ২ জনে হেৰুৱাইছে প্ৰাণ...  •  ঘৰতে লাভ কৰিব ড্ৰাইভিং লাইচেঞ্চ...  •  ‘শংকৰদেৱ উদ্যান ধ্বংস কাৰ্য’ৰ বিৰুদ্ধে জ্যেষ্ঠ নাগৰিকৰ মানৱ শৃংখল কাৰ্যসূচী...  •  জঘন্য ঘটনা! তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত গৱেষক ছাত্ৰীক যৌন নিৰ্যাতন, গ্ৰেপ্তাৰ অভিযুক্তক...  •  সন্তানসহ বিধায়কৰ হত্যাৰে জড়িত গুলীবৃদ্ধ উগ্ৰপন্থী নেতাক নগাঁৱৰ চিকিৎসালয়ত নিয়াই কৰিব জেৰা...  •  দুখীয়া ৰোগীৰ চিকিৎসাৰ বাবে সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ চেক বিতৰণ...

সমগ্ৰ দেশতে ডাউন হৈ পৰিছে জিমেইল সেৱা…

ডিজিটেল ডেস্কঃসমগ্ৰ দেশত কিছু সময়ৰ বাবে গুগ’লৰ ইমেইল সেৱা জিমেইল কিছু সময়ৰ বাবে ডাউন হৈ পৰিছে। ডাউন ডিটেক্টৰৰ মতে দেশত জিমেইল ব্যৱহাৰকাৰীসকলে জিমেইলত কাম কৰাত অসুবিধাৰ সন্মুখীন হ’ব লগীয়া হৈছে। অৱশ্যে গুগ’লৰ ফালৰ পৰা এতিয়ালৈকে এই বিষয়ে কোনো তথ্য প্ৰকাশ কৰা হোৱা নাই।

ডাউন ডিটেক্টৰে জনাইছে যে ৬৮ শতাংশ জিমেইল ব্যৱহাৰকাৰীয়ে ৱেব সংস্কৰণৰ সৈতে সমস্যাৰ প্ৰকাশ কৰিছে। আনহাতে ১৮ শতাংশ লোকে চাৰ্ভাৰ ডাউনৰ বিষয়ে প্ৰতিবেদন দিছে আৰু ১৪ শতাংশ লোকে লগইন সমস্যাৰ সন্মুখীন হৈছে বুলি প্ৰতিবেদন দিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি