কুইজত প্ৰশ্নৰ উত্তৰ দি কেবাগৰাকী লোকে লাভ কৰিলে ফিল্মফেয়াৰৰ টিকট…

কুইজত প্ৰশ্নৰ উত্তৰ দি কেবাগৰাকী লোকে লাভ কৰিলে ফিল্মফেয়াৰৰ টিকট…
  • ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠান উপলক্ষ্যে গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত অনুষ্ঠিত কৰা হৈছিল এক কুইজ প্ৰতিযোগিতাৰ।
  • ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠানক মূল বিষয় হিচাপে লৈ আয়োজন কৰা এই কুইজ প্ৰতিযোগিতাৰ বিজয়ীসকলক প্ৰদান কৰা হৈছে অনুষ্ঠানৰ টিকট।
  • শুকুৰবাৰে কেবাগৰাকী লোকে টিকট লাভ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in