জনপ্ৰিয় অভিনেতা তথা পৰিচালক গিৰিশ কৰ্ণাডৰ দেহাৱসান…

জনপ্ৰিয় অভিনেতা তথা পৰিচালক গিৰিশ কৰ্ণাডৰ দেহাৱসান…
  • জনপ্ৰিয় অভিনেতা তথা পৰিচালক গিৰিশ কাৰ্ণাডৰ দেহাৱসান।
  • সোমবাৰে পুৱা বাংগালুৰুস্থিত বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে।
  • মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮১ বছৰ।
  • ১৯৩৮চনৰ ১৯ মেত মুম্বাইৰ মাথেৰানত জন্মগ্ৰহণ কৰিছিল তেওঁ।
  • তেওঁৰ পিতৃৰ নাম ড০ ৰঘুনাথ কৰ্ণাড।
  • জ্ঞানপীঠ বঁটাৰেও তেওঁক সন্মানিত কৰা হৈছিল।
  • তেওঁ অন্তিমখন বলিউডৰ ছবি 'টাইগাৰ জিন্দা হে'ত অভিনয় কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in