মহানগৰীৰ হত্যাকাণ্ডৰে জড়িত আৰু দুজনক গ্ৰেপ্তাৰ…

মহানগৰীৰ হত্যাকাণ্ডৰে জড়িত আৰু দুজনক গ্ৰেপ্তাৰ…
  • গুৱাহাটীৰ ছাৰ্ভে হত্যাকাণ্ডৰ জড়িত থকাৰ সন্দেহত আৰু দুজন লোকক গ্ৰেপ্তাৰ কৰে মহানগৰ আৰক্ষী ক্ৰাইম ব্ৰান্সে।
  • আকাশ নামৰ লোকজনৰ পাছত আৰু দুজনক গ্ৰেপ্তাৰ কৰে ক্ৰাইম ব্ৰাঞ্চে।
  • মহানগৰীৰ পাথৰকুঁৱৰীৰ পৰা সত্যন্দ্ৰ সিং আৰু বৰবাৰীৰ পৰা পৰেশ চৌধুৰীক গ্ৰেপ্তাৰ।
  • ঘটনা সন্দৰ্ভত বৰ্তমান ৩ জনক গ্ৰেপ্তাৰ কৰি সোধ-পোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in