বঙালী সংগঠনৰ সমাবেশ বন্ধ কৰিবলৈ চৰকাৰক সময়সীমা বান্ধি দিলে ৪২ সংগঠনে

বঙালী সংগঠনৰ সমাবেশ বন্ধ কৰিবলৈ চৰকাৰক সময়সীমা বান্ধি দিলে ৪২ সংগঠনে
  • বঙালী সংগঠনৰ সমাবেশৰ বিৰোধিতাৰে চানমাৰীত ৪২টা সংগঠনৰ বৈঠক।
  • ১৭ নৱেম্বৰত বঙালী সংগঠনৰ সমাবেশৰ বিৰোধিতা ৪২টা সংগঠনৰ।
  • ৪২টা সংগঠনে সৰ্বশক্তিৰে বাধা দিব এই সমাবেশক।
  • চৰকাৰৰ পৃষ্ঠপোষকতাতে এই সমাবেশৰ আয়োজন কৰা বুলিও অভিযোগ।
  • বঙালী সংগঠনৰ সমাবেশ বন্ধ কৰিবলৈ চৰকাৰক ১ নৱেম্বৰলৈ সময়সীমা বান্ধি দিলে ৪২টা সংগঠনে।
  • যুটীয়া সংসদীয় কমিটীকো তীব্ৰ সমালোচনা বৈঠকত।
  • নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ অসমত পুনৰ শুনানি গ্ৰহণ কৰিবলৈ আহিম বুলি কৈও নহা যুটীয়া সংসদীয় কমিটীক তীব্ৰ সমলোচনা বৈঠকত।
  • বৈঠকত হোৱা প্ৰস্তাৱৰ বিষয়ে সংবাদমেলযোগে জনালে অখিল গগৈয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in