মহানগৰৰ বেলতলাত অভিযান, আৰক্ষীৰ জালত আন্তঃৰাজ্যিক গাড়ী চুৰি চক্ৰ…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • মহানগৰীত আৰক্ষীৰ অভিযান।
  • বেলতলাৰ শুভম ল'জ আৰু লজৰ চাটত বশিষ্ঠ আৰক্ষীয়ে চলাই অভিযান।
  • গোপন সূত্ৰৰ পমখেদি এটি আন্তঃৰাজ্যিক গাড়ী চুৰি চক্ৰৰ লগতে তিনিজন জুৱাৰীক আটক কৰে আৰক্ষীয়ে।
  • আটক কৰা গাড়ী চুৰি চক্ৰ আৰু জুৱাৰীৰ দলটোৰ পৰা নগদ প্ৰায় ৬ লাখ ৬৫ হাজাৰ টকাৰ লগতে জুৱাত ব্যৱহৃত কইনছ আৰু কেইবাখনো গাড়ীৰ নথি পত্ৰ জব্দ।
  • ধৃত গাড়ী চোৰ কেইজন ক্ৰমে- আগৰতলাৰ পিন্টু উৰিয়া, প্ৰদীপ দে আৰু বিপুল সাহা।
  • একেদৰে তিনিজন জুৱাৰী ক্ৰমে- ৰমেন কলিতা , ভাস্কৰ জ্যোতি শালৈ আৰু বিশ্বজিৎ দাসক আটক কৰে।
  • আটাইকেইজনকে সম্প্ৰতি বশিষ্ঠ আৰক্ষী থানাত মাৰাথান জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in