শেহতীয়া খবৰ
বটদ্ৰৱাত মাস্ক পৰিধান কৰি ছাত্ৰ ছাত্ৰী সকলে আহিছে নিজ বিদ্যালয়লৈ...  •  ৰাজ্যসভাত অধ্যক্ষক দুব্যৱহাৰ কৰাৰ অপৰাধত নিলম্বিত ৮ জন সাংসদ....  •  এছআই পদৰ বাবে চাকৰিৰ বজাৰত দাম উঠিছিল দহ লাখ....  •  গহপুৰৰ মুনমী শইকীয়াৰ ঘৰটো প্ৰকৃততে‌ কোনে বনালে ?  •  সুস্থ হৈ উঠিছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত,কি ক'লে ভিডিওৰ জৰিয়তে...  •  মহাৰাষ্ট্ৰত অট্টালিকা খহি ১০ জনৰ মৃত্যু,আবদ্ধ বহুজন....  •  কোভিড প্ৰট'কল মানি আজিৰে পৰা খুলিব শিক্ষানুষ্ঠান সমূহ....  •  ৰাজ্যত আকৌ ১২২৭জনৰ দেহত কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ১৫৬৬৮০জনলৈ বৃদ্ধি...  •  দুখবৰঃ ৰাজ্যত কোৰোনাত আক্ৰান্ত ১৪জন লোকৰ মৃত্যু...  •  এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ প্ৰতিবাদত ধেমাজিত মুখ্যমন্ত্ৰী সোণোৱালৰ পদত্যাগৰ দাবীত পুত্তলিকা দাহ...

মহানগৰৰ বেলতলাত অভিযান, আৰক্ষীৰ জালত আন্তঃৰাজ্যিক গাড়ী চুৰি চক্ৰ…

392
  • মহানগৰীত আৰক্ষীৰ অভিযান।
  • বেলতলাৰ শুভম ল’জ আৰু লজৰ চাটত বশিষ্ঠ আৰক্ষীয়ে চলাই অভিযান।
  • গোপন সূত্ৰৰ পমখেদি এটি আন্তঃৰাজ্যিক গাড়ী চুৰি চক্ৰৰ লগতে তিনিজন জুৱাৰীক আটক কৰে আৰক্ষীয়ে।
  • আটক কৰা গাড়ী চুৰি চক্ৰ আৰু জুৱাৰীৰ দলটোৰ পৰা নগদ প্ৰায় ৬ লাখ ৬৫ হাজাৰ টকাৰ লগতে জুৱাত ব্যৱহৃত কইনছ আৰু কেইবাখনো গাড়ীৰ নথি পত্ৰ জব্দ।
  • ধৃত গাড়ী চোৰ কেইজন ক্ৰমে- আগৰতলাৰ পিন্টু উৰিয়া, প্ৰদীপ দে আৰু বিপুল সাহা।
  • একেদৰে তিনিজন জুৱাৰী ক্ৰমে- ৰমেন কলিতা , ভাস্কৰ জ্যোতি শালৈ আৰু বিশ্বজিৎ দাসক আটক কৰে।
  • আটাইকেইজনকে সম্প্ৰতি বশিষ্ঠ আৰক্ষী থানাত মাৰাথান জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি