শেহতীয়া খবৰ
কাছাৰত বাৰ্মিজ চিগাৰেট-হিৰ’ইন সহ নিচাজাতীয় টেবলেট জব্দ...  •  অসমত পুনৰ ২১৬৭ জন কোভিড পজিটিভ, ৩৬জনে হেৰুৱালে প্ৰাণ...  •  নগাঁৱৰ ৰত্নপুৰৰ প্ৰকৃতিপ্ৰেমী ব্যক্তিয়ে কাছ মেলিলে বটদ্ৰৱা থানৰ আকাশী গংগাত...  •  বালাজান তিনালী ব্যৱসায়িক সন্থাৰ প্ৰতিষ্ঠা দিৱস উদযাপন...  •  কোৰোনাত আক্ৰান্ত ৰেল বিভাগ  •  মূৰত আছে মন্ত্ৰীৰ আশীৰ্বাদ, বিনা বাধাই চোৰাং তেলৰ কাৰবাৰ কৰা অগপ নেতাক গ্ৰেপ্তাৰ...  •  ৰাজ্যত আনল’কঃ কোন জিলাত কেতিয়াৰ পৰা সান্ধ্য আইন!  •  তিনি শিশুক তালিবানী নিৰ্যাতন চলোৱা জগত পেগুক কঠোৰ শাস্তি বিহাৰ দাবী দল-সংগঠনৰ...  •  বিশিষ্ট অধিবক্তা-সুলেখক দিলীপ হাজৰিকাৰ পত্নী অধ্যাপিকা বীণা হাজৰিকা আৰু নাই...  •  বিশিষ্ট অধিবক্তা-সুলেখক দিলীপ হাজৰিকাৰ পত্নী অধ্যাপিকা বীণা হাজৰিকা আৰু নাই...

মহানগৰীত আৰক্ষীৰ অভিযানঃ গড়চুকত ড্ৰাগছৰ ১২টা কন্টেইনাৰসহ গ্ৰেপ্তাৰ দুজনক…

  • সমগ্ৰ ৰাজ্যতে ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে ।
  • ইতিমধ্যে বিভিন্ন স্থানৰ পৰা বহু ড্ৰাগছসহ কেইবাজনো ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে।
  • মহানগৰীতো আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান।

পঢ়িবলৈ ক্লিক কৰকঃ লংকাৰ হাস্পতালত ৰোগীৰ মৃত্যুৰ পাছত চিকিৎসকক প্ৰহাৰ কৰা ২৪ জনক গ্ৰেপ্তাৰ…

  • মঙলবাৰে নিশাৰ ভাগত গড়চুকৰ কতাহবাৰীত ১২ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ সহ দুজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
  • গ্ৰেপ্তাৰ কৰা ধৃত দুজন হ’ল বিৰুবাৰীৰ বাপন বনিক আৰু গৰৈমাৰীৰ চফিক আহমেদ ।
  • কতাহবাৰীৰ এটি ভাড়াতীয়া কোঠাত দুইজনক গ্ৰেপ্তাৰ কৰে গড়চুক তথা আই এছ বি টি আৰক্ষীয়ে।
  • ধৃত দুইৰে পৰা নগদ ১৬০০ টকাও আৰক্ষীৰ দলটোৱে জব্দ কৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি