মহানগৰীত আৰক্ষীৰ অভিযানঃ গড়চুকত ড্ৰাগছৰ ১২টা কন্টেইনাৰসহ গ্ৰেপ্তাৰ দুজনক…

মহানগৰীত আৰক্ষীৰ অভিযানঃ গড়চুকত ড্ৰাগছৰ ১২টা কন্টেইনাৰসহ গ্ৰেপ্তাৰ দুজনক…
  • সমগ্ৰ ৰাজ্যতে ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে ।
  • ইতিমধ্যে বিভিন্ন স্থানৰ পৰা বহু ড্ৰাগছসহ কেইবাজনো ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে।
  • মহানগৰীতো আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান।
  • মঙলবাৰে নিশাৰ ভাগত গড়চুকৰ কতাহবাৰীত ১২ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ সহ দুজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
  • গ্ৰেপ্তাৰ কৰা ধৃত দুজন হ'ল বিৰুবাৰীৰ বাপন বনিক আৰু গৰৈমাৰীৰ চফিক আহমেদ ।
  • কতাহবাৰীৰ এটি ভাড়াতীয়া কোঠাত দুইজনক গ্ৰেপ্তাৰ কৰে গড়চুক তথা আই এছ বি টি আৰক্ষীয়ে।
  • ধৃত দুইৰে পৰা নগদ ১৬০০ টকাও আৰক্ষীৰ দলটোৱে জব্দ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in