মহানগৰীত ৪০ লক্ষাধিক মূল্যৰ ফটকাসহ ট্ৰাক জব্দ

মহানগৰীত ৪০ লক্ষাধিক মূল্যৰ ফটকাসহ ট্ৰাক জব্দ
  • মহানগৰীত ৪০ লক্ষাধিক মূল্যৰ ফটকা জব্দ।
  • এখন ট্ৰাকৰ পৰা ওদালবাক্ৰা আৰক্ষীয়ে জব্দ কৰে ফটকাখিনি।
  • ভৰলুমুখৰ আস্থা ট্ৰান্সপ'ৰ্টৰ পৰা গোলাঘাট অভিমুখে গৈ আছিল ট্ৰাকখন।
  • ট্ৰাকখনৰ নম্বৰ এ এছ ০১-জে চি ৯৪৪৫ নম্বৰৰ ট্ৰাকখন।
  • বৰ্তমান ট্ৰাকখন দিছপুৰ আৰক্ষী থানাত ৰখা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in