গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত পুনৰ এজন কয়দীৰ দেহত ধৰা পৰিল কোভিড-১৯…

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত পুনৰ এজন কয়দীৰ দেহত ধৰা পৰিল কোভিড-১৯…
  • পুনৰ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ কয়দীৰ দেহত ধৰা পৰিল কোভিড-১৯ৰ উপস্থিতি।
  • নজমুল আলী নামৰ কয়দীজনৰ দেহত ধৰা পৰিছে কোৰোনা ভাইৰাছৰ উপস্থিতি।
  • গুৱাহাটী মহানগৰীৰ গীতানগৰ থানাৰ আৰক্ষীয়ে এটি শিশুৰ ওপৰত যৌন অতিশয্যা চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল নজমুল আলীক।
  • নজমুলক গীতানগৰ থানাই ধৰ্ষণৰ গোচৰত যোৱা ২৬ তাৰিখে কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল।
  • মহানগৰীৰ ভাস্কৰ নগৰত ভাড়াঘৰত আছিল নজমুল আলী।
  • কোৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰে নজমুল আলী গোৱালপাৰাৰ নিবাসী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in