শেহতীয়া খবৰ
ধেমাজিত প্ৰথমবাৰৰ বাবে জ্যেষ্ঠ নাগৰিকসকলৰ কাৰণে আবাসগৃহৰ দুৱাৰ মুকলি অনুষ্ঠান...  •  ৰাজ্যত পুনৰ ২৬৭৯ৰ দেহত কোভিড-১৯, আক্ৰান্তৰ সংখ্যা ৫৫,৪৯৬জনলৈ বৃদ্ধি...  •  টীয়কত নিষিদ্ধ ড্ৰাগছ ব্যৱসায় উচ্ছেদৰ দাবীত আছুকে ধৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ...  •  সমাজসেৱীকা-ধৰ্মপ্ৰাণ স্বৰ্ণ প্ৰভা চেতিয়াৰ প্ৰথম মৃত্যু বাৰ্ষিকী উদযাপন...  •  কেৰেলাত বিমান দুৰ্ঘটনা...  •  ধেমাজিত আম আদমী পাৰ্টীৰ বান সাহায্য বিতৰণ...  •  কেৰালাত দুৰ্ঘটনাগ্ৰস্ত বিমানঃ বৈমানিকসহ নিহত ২জন, এনডিআৰএফ-অগ্নিনিৰ্বাপক বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত...  •  বিটিচিত বহিছিল অবৈধ চাকৰিৰ বজাৰ, কাৰ কাৰ চাকৰি গ’ল এতিয়া? সম্পূৰ্ণ তালিকা...  •  কেৰালাত বানৰ তাণ্ডৱ! দলং নিৰ্মাণ কৰি এনডিআৰএফ বাহিনীৰ উদ্ধাৰ অভিযান... VIDEO  •  অখিল গগৈক মুক্তিৰ দাবীত দলংঘাটত মানৱ শৃংখল কাৰ্যসূচী...

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত পুনৰ এজন কয়দীৰ দেহত ধৰা পৰিল কোভিড-১৯…

136
  • পুনৰ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ কয়দীৰ দেহত ধৰা পৰিল কোভিড-১৯ৰ উপস্থিতি।
  • নজমুল আলী নামৰ কয়দীজনৰ দেহত ধৰা পৰিছে কোৰোনা ভাইৰাছৰ উপস্থিতি।
  • গুৱাহাটী মহানগৰীৰ গীতানগৰ থানাৰ আৰক্ষীয়ে এটি শিশুৰ ওপৰত যৌন অতিশয্যা চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল নজমুল আলীক।
  • নজমুলক গীতানগৰ থানাই ধৰ্ষণৰ গোচৰত যোৱা ২৬ তাৰিখে কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল।
  • মহানগৰীৰ ভাস্কৰ নগৰত ভাড়াঘৰত আছিল নজমুল আলী।
  • কোৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰে নজমুল আলী গোৱালপাৰাৰ নিবাসী।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি