চিৰিয়াখানাৰ চেন্ট্ৰেল মলৰ সমীপত হোৱা বিস্ফোৰণত কেইবাজনো হতাহত হোৱাৰ আশংকা…

চিৰিয়াখানাৰ চেন্ট্ৰেল মলৰ সমীপত হোৱা বিস্ফোৰণত কেইবাজনো হতাহত হোৱাৰ আশংকা…
  • গুৱাহাটীৰ আৰ জি বৰুৱা পথৰ চেন্ট্ৰেল মলৰ সমীপত কিছু সময় পূৰ্বে হোৱা গ্ৰেণেড বিস্ফোৰণত আহত হৈছে কেইবাজনো লোক।
  • ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছেগৈ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ লোক।
  • এই বিস্ফোৰণ কোনে সংঘটিত কৰিছে, সেয়া এতিয়াও নিশ্চিত হোৱা নাই।
  • আৰক্ষীয়ে প্ৰাথমিক অনুসন্ধানত সেয়া গ্ৰেণেড বিস্ফোৰণ বুলি সদৰি কৰিছে।
  • বিস্ফোৰণস্থলীৰ সমীপতে আৰক্ষীয়ে চলাই নিয়মীত তালাচী।
  • আহত লোকসকলক প্ৰেৰণ কৰা হৈছে চিকিৎসালয়লৈ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in