জি এম চি এইচত ভৰ্তি হৈ আছে কোন কোন…

জি এম চি এইচত ভৰ্তি হৈ আছে কোন কোন…
  • জি এম চি এইচ আৰু নেমকেয়াৰত চিৰিয়াখানাৰ গ্ৰেণেড বিস্ফোৰণত আহত ৫জনক চিকিৎসাধীন।
  • তেওঁলোকে ক্ৰমে-
  • ১. অমৃত খাচাৰ।
  • ২. ৰিয়া খাচাৰ।
  • ৩. ফাৰুদ্দিন ৰহমান।
  • ৪. আহমেদ কুমাৰ।
  • ৫. ৰমেশ লাল।
  • ৬. অমূল্য লালন।।
  • নেমকেয়াৰত চিকিৎসাধীন হৈ আছে অমৃত খাচৰ আৰু ৰিয়া খাচৰ।
  • দুয়ো সম্বন্ধত পিতৃ-কন্যা বুলি জানিব পৰা গৈছে।
  • গ্ৰেণেডৰ স্প্ৰীন্টাৰে এগৰাকীৰ চকুত আঘাত কৰাৰ বিপৰীতে আন গৰাকীও আহত হৈছে কিছু পৰিমানে।
  • ইয়াৰে অমৃত খাচৰক চকুৰ চিকিৎসাৰ বাবে নেত্ৰালয়লৈ স্থানান্তৰৰ প্ৰস্তুতি।
  • জি এম চি এইচত উপস্থিত হৈছেগৈ স্বাস্থ্য মন্ত্ৰী।
  • আহতসকলৰ দুজনৰ মৃত্যু হোৱা বুলি খবৰ আহিছে যদিও, নিশ্চিত কৰা নাই চিকিৎসক আৰু আৰক্ষীয়ে।
  • কামৰূপ মেট্ৰ'ৰ উপায়ুক্ত বিশ্বজিৎ পেগুও উপস্থিত জি এম চি এইচত।
  • জি এম চি এইচত যথেষ্ট ভিৰ কৰিছেগৈ আহতসকলৰ আত্মীয়ই।
  • আহতসকলক জি এম চি এইচৰ চিকিৎসকে প্ৰদান কৰিছে চিকিৎসা।
  • ইতিমধ্যে আৰক্ষীয়ে সমগ্ৰ অঞ্চল ঘেৰি তদন্ত অব্যাহত ৰাখিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in