শেহতীয়া খবৰ
তিহাৰ জেলতে পি চিদাম্বৰমৰ ৭৪ সংখ্যক জন্মদিন পালন, টুইটাৰত কলেঃ সংকটৰ দিশে দেশ, ভগৱানে ৰক্ষা কৰক...  •  কোকৰাঝাৰত ৰে'লৰ খুন্দাত গৃহৰক্ষী জোৱান নিহত...  •  কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয়ত আছুৰ উদ্যোগত "এজন ছাত্ৰ এজোপা গছপুলি " শীৰ্ষক ব্যতিক্ৰমী অভিযান...  •  পূজাৰ অফাৰ, নতুন গাড়ী, আৰ্থিক মন্দাৱস্থা ইত্যাদি...  •  মেঘালয়ত পুনৰ ২ জন অবৈধ নাইজেৰিয়ানক গ্ৰেপ্তাৰ..  •  ৰাষ্ট্ৰীয় শক্তি উত্তোলনত অসমৰ ৪ টা স্বৰ্ণ জয়...  •  ৰিহণ দৈমাৰীৰ সপোন পূৰণ নহ’ল! আঁতৰিব ফলক, মুখ্যমন্ত্ৰীয়েহে উদ্বোধন কৰিব জনস্বাস্থ্য বিভাগৰ নৱনিৰ্মিত ভৱন...  •  দিছপুৰ প্ৰেছ ক্লাৱত বিশ্বকৰ্মা পূজাৰ আয়োজন..  •  বিশিষ্ট শিক্ষাবিদ প্ৰয়াত ডিম্বেশ্বৰ চৌধুৰীৰ সোঁৱৰণত স্মৃতিগ্ৰন্থ উন্মোচন…  •  ওদালগুৰিত পৰকীয়া প্ৰেমৰ নৃশংস পৰিণতি, মাতৃয়ে ডিঙি চেপি হত্যা কৰি জংঘলত দলিয়ালে ২১ মহীয়া কন্যা সন্তানক....

জি এম চি এইচত ভৰ্তি হৈ আছে কোন কোন…

529
  • জি এম চি এইচ আৰু নেমকেয়াৰত চিৰিয়াখানাৰ গ্ৰেণেড বিস্ফোৰণত আহত ৫জনক চিকিৎসাধীন।
  • তেওঁলোকে ক্ৰমে-
  • ১. অমৃত খাচাৰ।
  • ২. ৰিয়া খাচাৰ।
  • ৩. ফাৰুদ্দিন ৰহমান।
  • ৪. আহমেদ কুমাৰ।
  • ৫. ৰমেশ লাল।
  • ৬. অমূল্য লালন।।
  • নেমকেয়াৰত চিকিৎসাধীন হৈ আছে অমৃত খাচৰ আৰু ৰিয়া খাচৰ।
  • দুয়ো সম্বন্ধত পিতৃ-কন্যা বুলি জানিব পৰা গৈছে।
  • গ্ৰেণেডৰ স্প্ৰীন্টাৰে এগৰাকীৰ চকুত আঘাত কৰাৰ বিপৰীতে আন গৰাকীও আহত হৈছে কিছু পৰিমানে।
  • ইয়াৰে অমৃত খাচৰক চকুৰ চিকিৎসাৰ বাবে নেত্ৰালয়লৈ স্থানান্তৰৰ প্ৰস্তুতি।
  • জি এম চি এইচত উপস্থিত হৈছেগৈ স্বাস্থ্য মন্ত্ৰী।
  • আহতসকলৰ দুজনৰ মৃত্যু হোৱা বুলি খবৰ আহিছে যদিও, নিশ্চিত কৰা নাই চিকিৎসক আৰু আৰক্ষীয়ে।
  • কামৰূপ মেট্ৰ’ৰ উপায়ুক্ত বিশ্বজিৎ পেগুও উপস্থিত জি এম চি এইচত।
  • জি এম চি এইচত যথেষ্ট ভিৰ কৰিছেগৈ আহতসকলৰ আত্মীয়ই।
  • আহতসকলক জি এম চি এইচৰ চিকিৎসকে প্ৰদান কৰিছে চিকিৎসা।
  • ইতিমধ্যে আৰক্ষীয়ে সমগ্ৰ অঞ্চল ঘেৰি তদন্ত অব্যাহত ৰাখিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি