মহানগৰীৰ বেহাৰবাৰীত অগ্নিকাণ্ড

মহানগৰীৰ বেহাৰবাৰীত অগ্নিকাণ্ড
  • মহানগৰীৰ বেহাৰবাৰীত অগ্নিকাণ্ড।
  • তুলাৰ গুদামত সংঘটিত হৈছে এই অগ্নিকাণ্ড।
  • কালী মন্দিৰ পথৰ গুদামটোত সংঘটিত অগ্নিকাণ্ডত বহু সা-সম্পত্তিৰ ক্ষতি।
  • জুইৰ বাবে অঞ্চলটোত সৃষ্টি হয় উত্তেজনাৰ।
  • ছমছেৰ আলী নামৰ এজন লোকৰ ভূমিত আছিল গুদামটো।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in