শেহতীয়া খবৰ
উত্তৰাখণ্ডত বন্যহস্তীৰ জাকে চলালে বাহনত আক্ৰমণ...  •  চামগুৰি বিলত শ শ মাছৰ মৃত্যু, পৰিভ্ৰমী পক্ষীলৈও আহিছে চৰম ভাবুকি...  •  শ্লোগানতে সীমাবদ্ধ চৰকাৰৰ বিকাশ নীতি! লখিমপুৰ-বিশ্বনাথ জিলাৰ সীমান্তৱৰ্তী গাঁৱৰ জনতাৰ মান্ধাতা যুগীয়া জীৱন...  •  ৮ বছৰে সম্পূৰ্ণ নহ'ল ৰৌতা-ওদালগুৰি সংযোগী পথ...  •  পাগলদিয়া নৈৰ বাঢ়নি পানীৰ তলত বুৰ গৈছে খৈৰকুছি প্ৰাথমিক বিদ্যালয়...  •  মাজুলীত নাও দুৰ্ঘটনা, সন্ধানহীন এজন, কথমপি প্ৰাণৰক্ষা দুজনৰ...  •  নলবাৰীত পৰিয়ালকেন্দ্ৰিক সংঘাত! ভাইবোৱাৰীক দাৰে আক্ৰমণ...  •  বাটগাঁৱত পথ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা চেঙা জিলা পৰিষদৰ সদস্যৰ...  •  শিৱসাগৰত ড্ৰাগছসহ ৩ যুৱক আটক...  •  নলবাৰীত বিদ্যুৎ খুঁটা ভাঙি কথমপি প্ৰাণৰক্ষা ছাত্ৰীৰ...

ঘোঁৰামাৰাত বালিভৰ্তি ডাম্পাৰ দুৰ্ঘটনাগ্ৰস্ত…

207
  • মহানগৰীৰ ঘোঁৰামাৰাত বালিভৰ্তি ডাম্পাৰ দুৰ্ঘটনাগ্ৰস্ত।
  • মঙলবাৰে পুৱতি নিশা নিয়ন্ত্ৰণ হেৰুৱাই ডাম্পাৰখন সোমাল অৰ্ধনিৰ্মিত নলাত।
  • কাৰ্বি স্বায়ত্ত পৰিষদৰ বিষয়া মহানন্দ হাজৰিকাৰ ঘৰত সোমালগৈ ডাম্পাৰখন।
  • দীৰ্ঘদিনে গড়কাপ্টানি বিভাগে নলা নিৰ্মাণৰ নামত হেমাহিৰ বাবেই দু্ৰ্ঘটনাৰ অভিযোগ একাংশ ৰাইজৰ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি