শেহতীয়া খবৰ
আফগানিস্তানত ভয়ংকৰ বিস্ফোৰণ, ৪ জনৰ মৃত্যু  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  ৰাণাঘাটৰ ৰাণুৰ সৈতে গান গাব বিচাৰে কুমাৰ চানুৱে!  •  নিলম্বন কৰিলেই নহ’বঃ মহিলাক বৰ্বৰ অত্যাচাৰ চলোৱা আৰক্ষী বিষয়াক গ্ৰেপ্তাৰৰ দাবী জনালে খোদ মন্ত্ৰীয়ে  •  হিন্দী ভাষাক সাধাৰণ ভাষাৰ মান্যতা দিয়াৰ বিৰুদ্ধে আন এগৰাকী চুপাৰষ্টাৰ…  •  বিহাৰত বজ্ৰপাত পৰি ২৪ ঘণ্টাত ১৮ জনৰ মৃত্যু...  •  সৰু ল’ৰাৰ দৰে আচৰণ পাকিস্তানৰ! পাক আকাশপথেদি যাব নিদিয়ে প্ৰধানমন্ত্ৰী মোডীৰ বিমান  •  পবিত্ৰ ভাদ মাহৰ আজি অন্তিম দিন, শ শ তালৰ শব্দৰে মুখৰিত বটদ্ৰৱা থান...  •  মেঘালয়ত পুনৰ ৩ নাইজেৰিয়ান আৰক্ষীৰ জালত , এতিয়ালৈকে ১৭ জনক গ্ৰেপ্তাৰ...

প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী গৌতম ৰয়ৰ পদত্যাগ…

491
  • কংগ্ৰেছৰ পৰা পদত্যাগ গৌতম ৰয়ৰ।
  • অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰালৈ পদত্যাগ পত্ৰ প্ৰেৰণ।
  • আনুষ্ঠানিক পত্ৰৰে পদত্যাগ ঘোষণা কৰিলে ৰয়ে।
  • বৰাকৰ নেতাজনে বিজেপিত যোগদান কৰাৰ সম্ভাৱনা।
  • উল্লেখ্য যে কিছুদিনৰ পূৰ্বে দলীয় বিৰোধী কামকাজৰ বাবে গৌতম ৰয়ক নিলম্বন কৰা হৈছিল কংগ্ৰেছৰ পৰা।
  • কংগ্ৰেছ চৰকাৰৰ শাসনকালত মন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰিছিল ৰয়ে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি