প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী গৌতম ৰয়ৰ পদত্যাগ…

প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী গৌতম ৰয়ৰ পদত্যাগ…
  • কংগ্ৰেছৰ পৰা পদত্যাগ গৌতম ৰয়ৰ।
  • অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰালৈ পদত্যাগ পত্ৰ প্ৰেৰণ।
  • আনুষ্ঠানিক পত্ৰৰে পদত্যাগ ঘোষণা কৰিলে ৰয়ে।
  • বৰাকৰ নেতাজনে বিজেপিত যোগদান কৰাৰ সম্ভাৱনা।
  • উল্লেখ্য যে কিছুদিনৰ পূৰ্বে দলীয় বিৰোধী কামকাজৰ বাবে গৌতম ৰয়ক নিলম্বন কৰা হৈছিল কংগ্ৰেছৰ পৰা।
  • কংগ্ৰেছ চৰকাৰৰ শাসনকালত মন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰিছিল ৰয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in