শেহতীয়া খবৰ
পুলৱামা কাণ্ডক লৈ ছ’চিয়েল মিডিয়াত ৰাজ্যপালৰ বিতৰ্কিত মন্তব্য  •  সাংস্কৃতিক কৰ্মী ভাস্কৰ দত্তৰ মৃত্যুত শিৱসাগৰত গভীৰ শোক  •  ডাইনী সন্দেহত কোকৰাঝাৰত একে পৰিয়ালৰ ৩ সদস্যক আক্ৰমণ  •  কেবিনেটৰ অনুমোদন, অতীত হ’ব তিনি তালাক  •  ডিব্ৰুগড়ৰ লক্ষীনগৰত ৰে’ল খুন্দাত নিহত মাতৃ-কন্যা  •  পুলৱামা ঘটনাক লৈ কি প্ৰতিক্ৰিয়া প্ৰতিৰক্ষা মন্ত্ৰীৰ  •  পুলৱামা ঘটনাক লৈ কি প্ৰতিক্ৰিয়া প্ৰতিৰক্ষা মন্ত্ৰীৰ  •  ৰাণা গোস্বামীক এ আই চি চিৰ সম্পাদক নিযুক্তি  •  কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সকলৰ বাবে সুখবৰ...  •  ডিব্ৰুগড়ৰ লক্ষীনগৰত ৰে’লৰ খুন্দাত প্ৰাণ গ’ল পাঁচ বছৰীয়া কন্যাৰ লগতে মাতৃৰ...

ৰাজ্যত ৰন্ধন গেছৰ নাটনিক লৈ দিছপুৰত গুৰুত্বপূৰ্ণ বৈঠক

178
  • ৰাজ্যত ৰন্ধন গেছৰ নাটনিক লৈ অসম সচিবালয়ত গুৰুত্বপূৰ্ণ বৈঠক।
  • খাদ্য আৰু অসামৰিক যোগান বিভাগৰ সৈতে আই অ’ চি বিষয়া আৰু ৰন্ধন গেছ পৰিবহণকাৰী সংস্থাৰ এই বৈঠক।
  • বৈঠকত উপস্থিত মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ লগতে যোগান বিভাগৰ শীৰ্ষ বিষয়া।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি