বন্যাৰ্তৰ পৰা ধন সংগ্ৰহ, আটক গাঁও বুঢ়া…

বন্যাৰ্তৰ পৰা ধন সংগ্ৰহ, আটক গাঁও বুঢ়া…
  • দৰঙত গাঁওবুঢ়া আটক।
  • পাথৰিঘাট ৰাজহ চক্ৰৰ গাঁও বুঢ়া চফিৰুদ্দিন আহমেদক আটক।
  • বানসাহাৰ্যৰ যাতায়ত খৰচৰ নামত ধন লৈছিল বন্যাৰ্তৰ পৰা ।
  • বুঢ়া আৰক্ষীয়ে আটক কৰিছে গাঁও বুঢ়া চফিৰুদ্দিন আহমেদক ।
  • ভেৰুৱাদল, হূছেইনচুবুৰী আৰু বিহাইগাঁৱৰ গাঁওবুঢ়াৰ দায়ীত্ব আছিল চফিৰুদ্দিন আহমেদ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in