আগমণিৰ বাউসেৰকুটিত ২ সন্তানৰ মাতৃক দলবদ্ধ ধৰ্ষণৰ ঘটনা…

আগমণিৰ বাউসেৰকুটিত ২ সন্তানৰ মাতৃক দলবদ্ধ ধৰ্ষণৰ ঘটনা…
  • আগমণিৰ বাউসেৰকুটিত দলবদ্ধ ধৰ্ষণৰ ঘটনা।
  • ২ সন্তানৰ মাতৃক ধৰ্ষণ কৰিলে ৩ নৰপিশাচে।
  • শুকুৰবাৰে নিশা প্ৰায় ২ বজাত সংঘটিত হয় এই জঘন্য কাণ্ড।
  • ওৱাব আলী, ময়নাল হক, মজিৱৰ ৰহমানৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ।
  • আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in