গান্ধী মণ্ডপত দেশৰ তৃতীয় উচ্চতাত উৰা ৰাষ্ট্ৰীয় পতাকা ফাটিল এমাহতে, চাওঁক VIDEO

গান্ধী মণ্ডপত দেশৰ তৃতীয় উচ্চতাত উৰা ৰাষ্ট্ৰীয় পতাকা ফাটিল এমাহতে, চাওঁক VIDEO
  • চলিত বৰ্ষৰ ২ অক্টোৰত গান্ধীমণ্ডপত মুখ্যমন্ত্ৰীয়ে উত্তোলন কৰিছিল দেশৰ ভিতৰত তৃতীয় বৃহৎ ৰাষ্ট্ৰীয় পতাকা।
  • এমাহতেই ফাটিল এই ৰাষ্ট্ৰীয় পতাকাখন।
  • ৰাষ্ট্ৰীয় পতাকাখনৰ ওপৰৰ অংশ এটা ফাটিল।
  • এইদৰে এতিয়া উৰি আছে ৰাষ্ট্ৰীয় পতাকাখন।
  • উত্তোলনৰ সময়ত ঘোষণা কৰিছিল- বিশেষভাৱে প্ৰস্তুত কৰা হৈছে এইখন পতাকা।
  • তাৰপাছতো এমাহতে কেনেদৰে ফাটিল পতাকাখন তাক লৈ প্ৰশ্ন।
  • গান্ধী জয়ন্তীৰ দিনা উত্তোলন কৰা পতাকাখনৰ মানক লৈ উঠিছে প্ৰশ্ন।
  • ৩১৯.৫ ফুট উচ্চতাত উৰি আছে এইখন পতাকা।
  • পতাকাখনৰ ওজন প্ৰায় ৪ কুইণ্টল।
  • স্মাৰ্টচিটিৰ অংশ ৰূপে কোটি টকা ব্যয় কৰা হৈছিল এই পতাকাৰ নামত।
  • কোনো মতে এমাহহে ঠিকে থাকিল পতাকাখন।

চাওক গান্ধী মণ্ডপত ফটা পতাকা উৰি থকা ভিডিঅ'-

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in