গহপুৰৰ পুৰুপবাৰীত নিশা দুৰ্বৃত্তৰ গুলীচালনা, ব্যৱসায়ী আহত

গহপুৰৰ পুৰুপবাৰীত নিশা দুৰ্বৃত্তৰ গুলীচালনা, ব্যৱসায়ী আহত
  • গহপুৰৰ পুৰুপবাৰীত গুলীচালনাৰ ঘটনা।
  • অচিনাক্ত দুৰ্বৃত্তৰ গুলীত আহত এজন।
  • আহত লোকজন গেলামালৰ দোকানী যোগিন্দৰ শ্বাহ।
  • নিশা প্ৰায় ৯.৩০ বজাত সংঘটিত হয় এই ঘটনা।
  • ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি স্কুটিৰে ঘৰলৈ গৈ আছিল যোগিন্দৰ।
  • সেই সময়তে যোগিন্দৰক বাটত আগচি ধৰে অচিনাক্ত দুই যুৱকে।
  • গুলীচালনা কৰি আক্ৰমণ কৰি আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে দুৰ্বৃত্তই।
  • গহপুৰ মহকুমা চিভিল হস্পতালত ভৰ্তি কৰোৱা হয় যোগিন্দৰক।
  • উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰে চিকিৎসকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in