শেহতীয়া খবৰ
পশ্চিম গাৰো পাহাৰত পুনৰ ভূমিস্খলন...  •  বানপানীৰ স্থায়ী সমাধানৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত পি আই এল...  •  মহানগৰীত মৰফিনসহ এজনক আটক...  •  ইউক্ৰেইনৰ জনবহুল এলেকাত ৰাছিয়াৰ মিছাইল আক্ৰমণঃ নিহত ১০, ৪০ ৰো অধিক আহত...  •  বাণিজ্যত চতুৰ্থ আৰু ষষ্ঠ স্থানেৰে উজলিল গোৱালপাৰাৰ প্ৰিয়াক্ষী ঘোষ আৰু মৃণাল ৰয়...  •  কৃতি শিক্ষক মাধুৰ্য বৰাৰ মৃত্যুত নগাঁৱত শোকৰ ছাঁ...  •  ৰাজধানীৰ 'কেৱ' চালকৰ কন্যা অৰ্পিতাৰ সাফল্য...  •  CPI(M)ৰ প্ৰতিবাদঃ ধনশিৰি মহকুমাধিপতিৰ যোগদি মুখ্যমন্ত্ৰীলৈ ৯ দফীয়া স্মাৰক পত্ৰ প্ৰেৰণ...  •  নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত UPSC,APSC, IFS ৰ সন্দৰ্ভত কৰ্মশালা...  •  উচ্চতৰ মাধ্যমিকত নগাঁৱত তিনিটা শাখাত উত্তীৰ্ণৰ হাৰ গড়ে ৮৮.১১শতাংশ...

শুকুৰবাৰে ধেমাজিত ২১জনৰ কোভিড পজিটিভ…

ডিজিটেল সংবাদ ,ধেমাজি শুকুবাৰে ধেমাজি জিলা স্বাস্থ্য বিভাগে জিলাখনৰ কেইবা স্থানতো কৰা ১৮৯ গৰাকী ক’ৰোণাৰ টেষ্ট পৰীক্ষাৰ ভিতৰত ২১ গৰাকীয়েই ক’ভিড পজিটিভ হিচাপে চিনাক্ত হৈছে ৷ শুকুবাৰলৈকে হোৱা জিলাখনৰ ক’ভিড পজিটিভৰ শতকৰা হাৰ ১১.১% শতাংশলৈ বৃদ্ধি পালে ৷

ইফালে জিলা স্বাস্থ্য বিভাগে হোমআইছু’লোচনত ২০ জনক , ধেমাজি অসামৰিক চিকিৎসালয়কে ধৰি চৰকাৰী চিকিৎসালয়ত ৪ জনক নতুকৈ নাম ভৰ্তি কৰিছে ৷ শুকুবাৰে চিনাক্ত হোৱা ৰোগীৰ সৈতে জিলাখনৰ সক্ৰিয় ৰোগী সংখ্যা ২০৮ জনলৈ জনলৈ বৃদ্ধি পালে ৷