তদন্তকাৰী সংস্থাক আগবঢ়োৱা নাছিল সহাৰি! গ্ৰেপ্তাৰ হ’ল প্ৰাক্তন প্ৰধানমন্ত্ৰী…

তদন্তকাৰী সংস্থাক আগবঢ়োৱা নাছিল সহাৰি! গ্ৰেপ্তাৰ হ’ল প্ৰাক্তন প্ৰধানমন্ত্ৰী…
  • পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফক গ্ৰেপ্তাৰ।
  • চৌধুৰী চুগাৰ মিলৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক।
  • তদন্তকাৰী সংস্থা নেশ্যনেল একাউন্টেবিলিটি ব্যুৰই গ্ৰেপ্তাৰ কৰিছে নৱাজ শ্বৰীফক।
  • কিছুদিন পূৰ্বে ৭ বছৰৰ বাবে পাকিস্তান উচ্চতম ন্যায়ালয়ে কাৰাদণ্ড বিহিছিল প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক।
  • সেইসূত্ৰে বৰ্তমানো জে'লতে আছে নেতাগৰাকী।
  • চৌধুৰী চুগাৰ মিলৰ গোচৰত তদন্তকাৰী সংস্থাক সহায় আগনবঢ়োৱাৰ বাবেই তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in