শেহতীয়া খবৰ
অৱশেষত আত্মসমৰ্পণ কৰিলে দীৰ্ঘদিনে পলাই ফুৰা এচিএছ বিষয়া নবাৰুন ভট্টাচাৰ্যই  •  বঙাইগাঁৱত খেদি খেদি দাৰে কাটি হত্যা এজনক  •  তৃতীয়খন টেষ্ট মেচত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ইংলেণ্ডৰ জয়  •  নলবাৰীত ৰমেশ চন্দ্ৰ শৰ্মাৰ স্মৃতিচাৰণ-গ্ৰন্থ উন্মোচনী সভা  •  অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰি নহয়! ধনদাবী কৰি ৰঙাঘৰত সোমাল জাতীয় সংগঠনৰ নেতা  •  সৰুপথাৰত প্ৰাণতোষ দাস সোঁৱৰণী বক্তৃতা প্ৰতিযোগিতা সম্পন্ন  •  মা, এয়া তোমাৰ জন্মদিনৰ উপহাৰ...  •  অভয়াপুৰীৰ কাকৈজানাত পথ দুৰ্ঘটনাত নিহত শিক্ষক  •  আগন্তুক বিটিএডি নিৰ্বাচনত শক্তিশালীভাৱে অৱতীৰ্ণ হ'ব বিজেপিঃ ওদালগুৰিত বিজেপিৰ ৰাজ্যিক সম্পাদক কিশোৰ উপাধ্যায়  •  বান্দৰদেৱাত ভাড়াঘৰত উদ্ধাৰ হেৰ’ইন, পলাতক মুল অভিযুক্ত...

ভাৰতীয় ক্ৰিকেট দলৰ এজন প্ৰাক্তন অপেনাৰৰ আত্মহত্যা!

7,397
  • ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অপেনাৰ ভি বি চন্দ্ৰশেখৰে বৃহস্পতিবাৰে চেন্নাইস্থিত নিজ বাসগৃহত আত্মহত্যা কৰে।
  • মাইলাপোৰস্থিত বাসগৃহত চিলিং ফেনত ওলমি থকা অৱস্থাত উদ্ধাৰ হয় চন্দ্ৰশেখৰৰ মৃতদেহ।
  • ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ ৰিপ’ৰ্ট অনুসৰি, আত্মহত্যা কৰিছে ভি বি চন্দ্ৰশেখৰে।
Image result for v b chandrasekhar
  • দেশৰ বাবে সাতখন এদিনীয়া খেলাৰ লগতে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটতো সুন্দৰ প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল তেও।
  • আৰক্ষীক পত্মীয়ে জনোৱা অনুসৰি কেইবাদিনো ধৰি আৰ্থিক অনাটনৰ বাবে ভাৰাক্ৰান্ত হৈ আছিল চন্দ্ৰশেখৰ।
Image result for v b chandrasekhar
  • ভি বি চন্দ্ৰশেখৰ মৃত্যুৱে শোকস্তব্ধ কৰি তুলিছে ক্ৰিকেট জগতক।
  • বহু প্ৰাক্তন আৰু বৰ্তমানৰ ক্ৰিকেটাৰে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।
Image result for v b chandrasekhar
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি