ভাৰতীয় ক্ৰিকেট দলৰ এজন প্ৰাক্তন অপেনাৰৰ আত্মহত্যা!

ভাৰতীয় ক্ৰিকেট দলৰ এজন প্ৰাক্তন অপেনাৰৰ আত্মহত্যা!

  • ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অপেনাৰ ভি বি চন্দ্ৰশেখৰে বৃহস্পতিবাৰে চেন্নাইস্থিত নিজ বাসগৃহত আত্মহত্যা কৰে।
  • মাইলাপোৰস্থিত বাসগৃহত চিলিং ফেনত ওলমি থকা অৱস্থাত উদ্ধাৰ হয় চন্দ্ৰশেখৰৰ মৃতদেহ।
  • ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ ৰিপ'ৰ্ট অনুসৰি, আত্মহত্যা কৰিছে ভি বি চন্দ্ৰশেখৰে।
  • দেশৰ বাবে সাতখন এদিনীয়া খেলাৰ লগতে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটতো সুন্দৰ প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল তেও।
  • আৰক্ষীক পত্মীয়ে জনোৱা অনুসৰি কেইবাদিনো ধৰি আৰ্থিক অনাটনৰ বাবে ভাৰাক্ৰান্ত হৈ আছিল চন্দ্ৰশেখৰ।
  • ভি বি চন্দ্ৰশেখৰ মৃত্যুৱে শোকস্তব্ধ কৰি তুলিছে ক্ৰিকেট জগতক।
  • বহু প্ৰাক্তন আৰু বৰ্তমানৰ ক্ৰিকেটাৰে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in