বিচিচিআইক সমালোচনা প্ৰাক্তন ক্ৰিকেটাৰ হৰভজন সিঙৰ

বিচিচিআইক সমালোচনা প্ৰাক্তন ক্ৰিকেটাৰ হৰভজন সিঙৰ

ডিজিটেল ডেস্ক : আগন্তুক অষ্ট্ৰেলিয়া ভ্ৰমনৰ বাবে ঘোষনা কৰা ভাৰতীয়. দলত মিডিল অৰ্ডাৰ বেটছমেন সূৰ্য কুমাৰ যাদৱে স্থান লাভ নকৰাৰ পিছতে বিচিচিআইক সমালোচনা প্ৰাক্তন ক্ৰিকেটাৰ হৰভজন সিঙৰ ।

টুইটাৰ যোগে সমালোচনা কৰে প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীয়ে । টুইটাৰত প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীয়ে লিখে " নাজানো ভাৰতীয় দলত স্থান লাভৰ বাবে সূৰ্য্যকুমাৰে কি কৰিব লাগিব । তেওঁ প্ৰতিটো আইপিএল ৰঞ্জী ছিজনত ভাল প্ৰদৰ্শন কৰি আহিছে । মই সকলো বিচিচিআইৰ সকলো নিৰ্বাচককে তেওঁৰ ৰেকৰ্ড এবাৰ পৰ্যবেক্ষন কৰিবলৈ আহ্বান জনাও "

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in