শেহতীয়া খবৰ
জম্মুৰ পৰা শ্ৰীনগৰ অভিমুখেত গৈ থকা অৱস্থাত ট্ৰাকত অগ্নিকাণ্ড...  •  কংগ্ৰেছৰ জ্যেষ্ঠ নেতাৰ নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰী মোডীৰ গুণ গালে যুৱকে, চাওঁক VIDEO  •  কৰিমগঞ্জৰ ৪টা কেন্দ্ৰত পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ...  •  দক্ষিণ দিল্লীত আপৰ প্ৰাৰ্থীৰ মনোনয়ন দাখিল...  •  ৬.৪ প্ৰাবল্যৰ ভূমিকম্পই জোঁকাৰি গ’ল ফিলিপিন্স...  •  মাৰ্ঘেৰিটাত মাছ মাৰিবলৈ গৈ যুৱকৰ সলিল সমাধি, VIDEO  •  বেংকৰ টকা লুটি কোনোবা যদি পলাব খোজে, তেন্তে ধৰি বান্ধি ঘূৰাই অনা হ’বঃ প্ৰধানমন্ত্ৰী মোডী  •  জম্মু-কাশ্মীৰত বাহনসহ ২ দুৰ্বৃত্তক আটক  •  আজিলৈকে মই চুলিৰ চকীদাৰহে আছিলো, এতিয়াৰে পৰা দেশৰ চকীদাৰঃ যাৱেদ হাবিব  •  প্ৰিয়ংকা গান্ধীয়ে নাটক নকৰাটোৱেই ভাল হ’বঃ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী...

উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন ডি তিৱাৰী আৰু নাই

210

 

  • বৃহস্পতিবাৰে উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন ডি তিৱাৰীৰ দেহাৱসান।
  • ১৯২৫চনত জন্মগ্ৰহণ কৰা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল ৯২ বছৰ।
  • উত্তৰ প্ৰদেশত তিনিবাৰকৈ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল এন ডি তিৱাৰী।
  • উত্তৰাখণ্ড স্বতন্ত্ৰ ৰাজ্য হিচাপে ঘোষণা হোৱাৰ পাছত ২০০২চনত পুনৰ উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল এন ডি তিৱাৰী।
  • বাৰ্ধক্যজনিত কাৰণত মেক্স হাস্পতালত চিকিৎসাধীন হৈ আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী এন ডি তিৱাৰী।
  • প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ বিয়োগত বিভিন্নজনৰ শোক প্ৰকাশ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি