উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন ডি তিৱাৰী আৰু নাই

উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন ডি তিৱাৰী আৰু নাই
  • বৃহস্পতিবাৰে উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন ডি তিৱাৰীৰ দেহাৱসান।
  • ১৯২৫চনত জন্মগ্ৰহণ কৰা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল ৯২ বছৰ।
  • উত্তৰ প্ৰদেশত তিনিবাৰকৈ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল এন ডি তিৱাৰী।
  • উত্তৰাখণ্ড স্বতন্ত্ৰ ৰাজ্য হিচাপে ঘোষণা হোৱাৰ পাছত ২০০২চনত পুনৰ উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল এন ডি তিৱাৰী।
  • বাৰ্ধক্যজনিত কাৰণত মেক্স হাস্পতালত চিকিৎসাধীন হৈ আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী এন ডি তিৱাৰী।
  • প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ বিয়োগত বিভিন্নজনৰ শোক প্ৰকাশ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in