শেহতীয়া খবৰ
ৰাজ্যত আকৌ ২১৫জন কোভিড পজিটিভ, সুস্থ হৈছে ২৮৩২জন...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ দুজনৰ মৃত্যু...  •  বিহাৰ বিধানসভা নিৰ্বাচন...  •  ৩১ অক্টোবৰত চাব আকাশলৈ, দেখা পাব ‘ব্লু মুন’...  •  উত্তৰ প্ৰদেশৰ গো হত্যা আইনৰ অপব্যৱহাৰকলৈ উদ্বেগ প্ৰকাশ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ...  •  হাথৰছ ধৰ্ষণ-হত্যাকাণ্ডঃ মঙলবাৰে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিব কিছু গুৰুত্বপূৰ্ণ ৰায়দান...  •  হাতে হাতে দা-তৰোৱাল, তিনিচুকীয়াত বজৰং দলৰ সশস্ত্ৰ বাইক ৰেলী...  •  নৱমী পূজাৰ নিশা বৰপেটাৰোডত সাংবাদিক আক্ৰমণৰ ঘটনা...  •  আইপিএলৰ পৰা বাহিৰ হ’ল চেন্নাই...  •  জম্মু-কাশ্মীৰৰ পিপলছ ডেম’ক্ৰেটিক পাৰ্টীৰ মুৰব্বী মেহবুবা মুফতীৰ মন্তব্যক লৈ সৰৱ তিনি নেতাৰ পদত্যাগ...

চিবিআইৰ প্ৰাক্তন নিৰ্দেশক তথা নাগালেণ্ডৰ প্ৰাক্তন ৰাজ্যপাল অশ্বিনী কুমাৰৰ আত্মহত্যা…

749

ডিজিটেল ডেস্ক : নগালেণ্ডৰ প্ৰাক্তন ৰাজ্যপাল অশ্বিনী কুমাৰৰ আত্মহত্যা। চিবিআইৰ প্ৰাক্তন নিৰ্দেশক আছিল অশ্বিনী কুমাৰ।শিমলাস্থিত নিজ বাস গৃহত ছীপ লৈ আত্মহত্যা কৰে কুমাৰে। ইতিমধ্যে আৰক্ষীয়ে এই আত্মহত্যা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত।

আৰক্ষী সূত্ৰই জনোৱা অনুসৰি, তেওঁৰ দেহটো শিমলাৰ ব্ৰেক হষ্টত থকা বাসগৃহত ওলমি থকা দেখা গৈছিল। পূৰ্বৰ আই পি এছ বিষয়াজনে কিয় কাৰনত চৰম পন্থা বাচি ল’লে সেয়া ইতিমধ্যে জানিব পৰা হোৱা নাই।শিমলাৰ এছ পি মোহিত চাওলাৰ নেতৃত্বত আৰক্ষীৰ দলটো সেই স্থানত উপস্থিত হৈ এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি