লখিমপুৰ জিলাৰ নাৰায়ণপুৰত পিছলা নদীৰ বাঢ়নী পানীয়ে উটুৱাই নিলে কৃষি বান্ধ, VIDEO

লখিমপুৰ জিলাৰ নাৰায়ণপুৰত পিছলা নদীৰ বাঢ়নী পানীয়ে উটুৱাই নিলে কৃষি বান্ধ, VIDEO
  • লখিমপুৰ জিলাৰ নাৰায়ণপুৰত পিছলা নদীৰ বাঢ়নী পানীয়ে উটুৱাই নিলে কৃষি বান্ধ।
  • পিছলা গাঁও পঞ্চায়ত এলেকাৰ কঠাজান-কৈল্যানপুৰ সংযোগী কৃষি বান্ধটো উটুৱাই নিলে বাঢ়নী পানীয়ে।
  • ফলত অঞ্চলটোৰ কল্যাণপুৰ, শিঙিয়া, পদ্মপুৰ, দেৰগঞা, তাতিবাহাৰ, জৰাবাৰীকে ধৰি বহু কেইখন গাঁৱৰ ঘৰ-দুৱাৰ, কৃষি ভূমি জলমগ্ন হোৱাৰ আশংকাই দেখা দিছে।
  • এই কাণ্ডৰ ফলত এতিয়া অঞ্চলটোৰ ৰাইজৰ মাজত আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে।
  • নিশাৰ ভাগত কোনো দুষ্ট প্ৰকৃতিৰ লোকে কৃষিবান্ধটো কাতি দিয়াৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in