শেহতীয়া খবৰ
ডিমাপুৰত গুলিবিদ্ধ অৱস্থাত উদ্ধাৰ ধেমাজিৰ যুৱক...  •  দৰঙত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৩৬০৩ জনলৈ বৃদ্ধি...  •  মই কল্পনাই কৈছো- ‘ন্যায় লাগে মোক...’  •  চামগুৰিস্থিত পাৱাৰ গ্ৰীড ষ্টেচনত মন্ত্ৰী কেশৱ মহন্ত :বিদ্যুৎ ব্যাহত হোৱাত জ্বলাকলা খাইছে ৰাইজে...  •  বাতিল হোৱা এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ছপাৰ দায়িত্বত আছিল বিজেপি নেতা...  •  মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰিলে ড০ পানছাৰীৰ গ্ৰন্থ ‘বাতো বাতো মে’...  •  দেশত একেদিনাই সুস্থ হৈ উঠিল ১ লাখতকৈ অধিক কোৰোণাক্ৰান্ত ...  •  গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ হাটীবহাৰ পিছফালৰ পথত কৃত্ৰিম বানপানী...  •  ৩০ ছেপ্টেম্বৰত ঘোষণা হ’ব কৃষক মুক্তিৰ নেতৃত্বত ৭০ সংগঠনৰ ৰাজনৈতিক দলৰ নাম...  •  ৩০ ছেপ্টেম্বৰত ঘোষণা হ’ব কৃষক মুক্তিৰ নেতৃত্বত ৭০ সংগঠনৰ ৰাজনৈতিক দলৰ নাম...

ফিল্মফেয়াৰ এৱাৰ্ডৰ শেহতীয়া খবৰঃ সৰুসজাইত কটকটীয়া নিৰাপত্তা ব্যৱস্থা, VIDEO

217
  • কিছু সময়ৰ পাছতে বলিউদময় হৈ পৰিব গুৱাহাটী।
  • বলিউদৰ বৃহৎ পুৰস্কাৰ বিতৰণী অনুষ্ঠান ফিল্মফেয়াৰ এৱাৰ্ডৰক লৈ গুৱাহাটী সৰুসজাইত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে।

  • কেইবা তৰপীয়া সুৰক্ষা বেষ্টনীৰ মাজেদি দৰ্শক সকলক প্ৰৱেশ কৰিবলৈ দিয়া হৈছে ষ্টেডিয়ামৰ ভিতৰত।
  • উল্লেখ্য যে, ইতিমধ্যে বলিউদৰ প্ৰায় সকলো কলা-কৌশলী আহি উপস্থিত হৈছেহি গুৱাহাটীত।
  • ফিল্মফেয়াৰ এৱাৰ্ডৰ অনুষ্ঠানটিৰ আঁত ধৰিব পৰিচালক কৰন জৌহৰৰ লগতে অভিনেতা বিকি কৌশলে।

  • প্ৰৱেশৰ পৰা আদি কৰি দৰ্শকক সকলৰ আসনগ্ৰহণ কৰা লৈকে প্ৰশাসনে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা।
  • মঞ্চৰ প্ৰস্তুতিও ইতিমধ্যে সম্পূৰ্ণ হৈছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি