ফিল্মফেয়াৰ এৱাৰ্ডৰ শেহতীয়া খবৰঃ সৰুসজাইত কটকটীয়া নিৰাপত্তা ব্যৱস্থা, VIDEO

ফিল্মফেয়াৰ এৱাৰ্ডৰ শেহতীয়া খবৰঃ সৰুসজাইত কটকটীয়া নিৰাপত্তা ব্যৱস্থা, VIDEO
  • কিছু সময়ৰ পাছতে বলিউদময় হৈ পৰিব গুৱাহাটী।
  • বলিউদৰ বৃহৎ পুৰস্কাৰ বিতৰণী অনুষ্ঠান ফিল্মফেয়াৰ এৱাৰ্ডৰক লৈ গুৱাহাটী সৰুসজাইত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে।
  • কেইবা তৰপীয়া সুৰক্ষা বেষ্টনীৰ মাজেদি দৰ্শক সকলক প্ৰৱেশ কৰিবলৈ দিয়া হৈছে ষ্টেডিয়ামৰ ভিতৰত।
  • উল্লেখ্য যে, ইতিমধ্যে বলিউদৰ প্ৰায় সকলো কলা-কৌশলী আহি উপস্থিত হৈছেহি গুৱাহাটীত।
  • ফিল্মফেয়াৰ এৱাৰ্ডৰ অনুষ্ঠানটিৰ আঁত ধৰিব পৰিচালক কৰন জৌহৰৰ লগতে অভিনেতা বিকি কৌশলে।
  • প্ৰৱেশৰ পৰা আদি কৰি দৰ্শকক সকলৰ আসনগ্ৰহণ কৰা লৈকে প্ৰশাসনে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা।
  • মঞ্চৰ প্ৰস্তুতিও ইতিমধ্যে সম্পূৰ্ণ হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in