১৭৭ গৰাকী যাত্ৰীসহ বাংগালুৰুৰ পৰা পুৱাই গুৱাহাটীত উপস্থিত হ’লহি বিশেষ বিমান…

১৭৭ গৰাকী যাত্ৰীসহ বাংগালুৰুৰ পৰা পুৱাই গুৱাহাটীত উপস্থিত হ’লহি বিশেষ বিমান…
  • ১৭৭ গৰাকী যাত্ৰীসহ পুৱাই গুৱাহাটীত উপস্থিত হ'লহি বিশেষ বিমান।
  • বাংগালুৰুৰ পৰা আহিছে পুৱাই বিমানখন।
  • দিল্লীৰ পৰাও আহিব বিমান।
  • দিল্লীৰ পৰা আহিব লগা বিমানখন নিৰ্দিষ্ট সময়তকৈ কিছু পলম হৈছে।
  • হোজাই, কামৰূপ (মঃ) আৰু দৰং জিলাৰ লোকক গুৱাহাটীতে স্ক্ৰীণিং কৰা হৈছে।
  • বাকীসকল লোকক নিজ নিজ জিলালৈ প্ৰেৰণ কৰা হৈছে।
  • বিমানখনত অধিকাংশ যাত্ৰীয়েই ছাত্ৰ-ছাত্ৰী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in