গুৱাহাটীত ‘ইণ্ডিয়ান এছ’চিয়েচন অৱ গেষ্ট্ৰ’ ইন্টেছটিনেল এণ্ড’চাৰ্জনছ’ৰ প্ৰথম ৰাষ্ট্ৰীয় সন্মিলন

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • শুকুৰবাৰে অনুষ্ঠিত হ'ব 'ইণ্ডিয়ান এছ'চিয়েচন অৱ গেষ্ট্ৰ' ইন্টেছটিনেল এণ্ড'চাৰ্জনছ'ৰ প্ৰথম ৰাষ্ট্ৰীয় সন্মিলন।
  • মহানগৰীৰ শ্ৰী মন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ'ব এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটো।
  • সন্ধিয়া ৬ বজাৰ পৰা অনুষ্ঠান আৰম্ভ হ'ব।
  • দেশ-বিদেশৰ ১০০০ৰো চিকিৎসকে এই সন্মিলনত ভাগ ল'ব।
  • গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত উপস্থিত থাকিব আমেৰিকান চ'ছাইটিৰ সভাপতি অধ্যাপক অৰ'ৰা প্ৰায়'ৰ আৰু ব্ৰিটিছ চ'ছাইটিৰ সভাপতি অধ্যাপক ছিমন ডেক্সটাৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in