গোৱালপাৰাত দিন দুপৰতে গুলীচালনা, গুৰুতৰভাৱে আহত ৬ জন…

গোৱালপাৰাত দিন দুপৰতে গুলীচালনা, গুৰুতৰভাৱে আহত ৬ জন…
  • গোৱালপাৰাত দিন দুপৰতে গুলীচালনা সংঘটিত হয়।
  • এই গুলিচালনাত গুৰুতৰভাৱে ৬ জন লোক আহত।
  • মধু ৰায় নামৰ এজন ব্যক্তিয়ে গুলী চলোৱাৰ অভিযোগ উত্থাপিত হৈছে।
  • আহত ৰঞ্জিত দাস, স্বপন দাস, দিপাংকৰ দাস, বিংকুল দাস, মফিউল শ্বেইন,মইনা দাস।
  • আটাইকেইজনৰে চলেছ হস্পিতালত চিকিৎসা চলাই থকা হৈছে।
  • আৰক্ষী ইতিমধ্যে মধু ৰায়ক গ্ৰেপ্তাৰ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in