মৰিয়নীত বিধ্বংসী অগ্নিকাণ্ড

  • মৰিয়নীত বিধ্বংসী অগ্নিকাণ্ড৷
  • চেলেং চাহ বাগিচাৰ লাওজান তিনিআলিৰ ৭নং লাইনত সংঘটিত হয় অগ্নিকাণ্ড৷
  • ধৰম তাচাৰ নামৰ এজন ব্যক্তিৰ বাসগৃহত জুইৰ সূত্ৰপাত৷
  • অগ্নিকাণ্ডত ভস্মীভূত এটা ঘৰৰ লগতে একন ব্যৱসায়িক প্ৰতিষ্ঠান৷
  • শ্বৰ্ট চাকিৰ্টৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in