গুজৰাটৰ অ’এনজিচিৰ প্লাণ্টত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড…

গুজৰাটৰ অ’এনজিচিৰ প্লাণ্টত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড…

ডিজিটেল ডেস্ক : গুজৰাটৰ চুৰতত থকা অ'এনজিচিৰ প্লাণ্টত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড । অগ্নিকাণ্ডৰ ফলত গেছ প্লাণ্টত একাধিক বাৰ বিস্ফোৰন সংঘটিত হয় ।চুৰতৰ হাজিৰা স্থিত গেছ প্লাণ্টত বৃহস্পতিবাৰে ৰাতিপুৱা প্ৰায় ৩.৩০ বজাত সংঘটিত হয় এই অগ্নিকাণ্ড ।

ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰনৰ চেষ্টা কৰে । জানিব পৰা অনুসৰি বৰ্তমানলৈ অগ্নিকাণ্ডটোত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in