শেহতীয়া খবৰ
ৰাজ্যত আকৌ ২০৪জন কোভিড পজিটিভ, সুস্থ হৈছে ২৯৬১জন...  •  ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে ইছলামফোবিয়া বৃদ্ধিৰ অভিযোগ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ...  •  ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুৰ্গাপূজাস্থলীত উপস্থিত হৈ মাৰ আৰ্শীবাদ ল'লে মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালে...  •  চীন আৰু পাকিস্তানৰ সৈতে যুদ্ধৰ দিন থিক কৰিছে প্ৰধানমন্ত্ৰীয়েঃ বিজেপিৰ অধ্যক্ষ, উত্তৰ প্ৰদেশ...  •  চিকিৎসকৰ দৰমহা আৰু কোৰোনা ভাইৰাছ সম্পৰ্কীয় বিষয়ত মন্তব্য কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ ৪জনৰ মৃত্যু...  •  ৰাসতো পৰিব কোৰোনাৰ প্ৰভাৱ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  চেমচাঙৰ চেয়াৰমেন লী-কুন-হিৰ মৃত্যু...

গুজৰাটৰ অ’এনজিচিৰ প্লাণ্টত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড…

192

ডিজিটেল ডেস্ক : গুজৰাটৰ চুৰতত থকা অ’এনজিচিৰ প্লাণ্টত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড । অগ্নিকাণ্ডৰ ফলত গেছ প্লাণ্টত একাধিক বাৰ বিস্ফোৰন সংঘটিত হয় ।চুৰতৰ হাজিৰা স্থিত গেছ প্লাণ্টত বৃহস্পতিবাৰে ৰাতিপুৱা প্ৰায় ৩.৩০ বজাত সংঘটিত হয় এই অগ্নিকাণ্ড ।

ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰনৰ চেষ্টা কৰে । জানিব পৰা অনুসৰি বৰ্তমানলৈ অগ্নিকাণ্ডটোত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি