মহানগৰীৰ বৰ্ষাপাৰাত অগ্নিকাণ্ড, জুইত জাহ গ’ল ২০ টাকৈ বাসগৃহ

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • মহানগৰীৰ বৰ্ষাপাৰাত ভয়ংকৰ অগ্নিকাণ্ড।
  • বৰ্ষাপাৰাৰ ৰঘুনাথ পথত এই অগ্নিকাণ্ড।
  • অগ্নিকাণ্ডৰ ফলত জুইত জাহ গ'ল প্ৰায় ২০ টাকৈ বাসগৃহ।
  • ফটকাৰ জুইৰ পৰাই অগ্নিকাণ্ডৰ সন্দেহ।
  • অৱশ্যে বৰ্তমানলৈকে জানিব পৰা নাই অগ্নিকাণ্ডৰ কাৰণ।
  • অগ্নিকাণ্ডৰ ফলত লক্ষাধিক টকাৰ সা-সামগ্ৰী জুইত জাহ যায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in