শেহতীয়া খবৰ
গুৱাহাটীৰ ৰাজপথত জলন্ত ১০৮ এম্বুলেঞ্চ...  •  গুৱাহাটীৰ ৰাজপথত জলন্ত ১০৮ এম্বুলেঞ্চ...  •  ঢকুৱাখনা কলেজত পথ সুৰক্ষা সম্পৰ্কীয় সংহত শৈক্ষিক সজাগতা অভিযানৰ সভা, "বেমাৰতকৈও দুৰ্ঘটনাত মৃত্যুৰ হাৰ বাঢ়িছে"-জিলা পৰিবহন বিষয়া সীতাৰাম দলে  •  ধুবুৰীলৈ যোৱাৰ পথত নিৰুদ্দেশ ঢকুৱাখনাৰ এজন ব্যক্তি  •  হাজো মেলাৰ পৰা মহিমাৰীৰ আমজাদ আলী নিৰুদ্দেশ  •  কোনো কাৰণতে মানি নলয় 'কা', ধেমাজিত নিশাও শতাধিক আছু কৰ্মীয়ে অব্যাহত ৰাখিছে অনশন, VIDEO  •  ঢকুৱাখনাত ডঃ অমিয় কুমাৰ সন্দিকৈৰ প্ৰবন্ধ সংকলন "চিন্তা বিচিত্ৰা" উন্মোচন...  •  শিৱসাগৰৰ শিৱৰাত্রী, কেইবা লক্ষাধিক লোকৰ সমাৱেশ, VIDEO  •  বটদ্ৰৱাৰ সোণাইপাৰ গৌৰীনাথ শিৱমন্দিৰত কলা দৰ্শন সাংস্কৃতিক গোষ্ঠীৰ বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান  •  কণমানিটোৰ হাতত কিয় গোলাপ গুজি দিলে মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই...

মোডী চৰকাৰৰ উপহাৰ! হ্ৰাস পালে কৰ্পৰেট টেক্স…

360

ডিজিটেল ডেস্কঃ শুকুৰবাৰে গোৱাত অনুষ্ঠিত হোৱা ৩৭ সংখ্যক জি এছ টি সন্মিলনত দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কোনো বিশেষ ঘোষণা নকৰিলেও বৈঠক আৰম্ভৱ হোৱাৰ পূৰ্বেই কৰ্পৰেট ইণ্ডিয়ালৈ আগবঢ়ালে এটা ডাঙৰ উপহাৰ। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ইণ্ড্ৰাষ্টীৰ বাবে কৰ্পৰেট টেক্স হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। লগতে মিনিমাম অল্টাৰনেট টেক্স কৰ্তন কৰা হ’ব বুলি ঘোষণা কৰে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই ঘোষণা কৰি কয় যে বিত্তীয় বৰ্ষ ২০১৯-২০ বৰ্ষৰ পৰা কা্ৰ্যকৰী হব।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি