ফিল্মফেয়াৰ এৱাৰ্ডত অংশ ল’বলৈ আহি গুৱাহাটী বিমান বন্দৰত বিহু নাছিলে ৰণবীৰ সিঙে… VIDEO

ফিল্মফেয়াৰ এৱাৰ্ডত অংশ ল’বলৈ আহি গুৱাহাটী বিমান বন্দৰত বিহু নাছিলে ৰণবীৰ সিঙে… VIDEO
  • ফিল্মফেয়াৰ এৱাৰ্ড অনুষ্ঠানত অংশ ল'বলৈ গুৱাহাটীত আহি উপস্থিত হ'লহি বলিউডৰ তাৰকা ৰণবীৰ সিং আৰু কাৰ্তিক আৰিয়ান।
  • বিমান বন্দৰত উষ্ম আদৰণি অভিনেতা দুগৰাকীক।
  • ফুলাম গামোচা আৰু বিহুৰে আদৰণি জনালে তেওঁলোকক।
  • অভিনেতা ৰণবীৰ সিঙেও নাচিলে বিহু।
  • বৰুণ ধৱনকো উষ্ম আদৰণি জনাই বিমান বন্দৰত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in