কোৰোনাত আক্ৰান্ত হৈ চলচ্চিত্ৰ পৰিচালক শম্ভু গুপ্তৰ মৃত্যু…

কোৰোনাত আক্ৰান্ত হৈ চলচ্চিত্ৰ পৰিচালক শম্ভু গুপ্তৰ মৃত্যু…
  • কোৰোনাত আক্ৰান্ত হৈ চলচ্চিত্ৰ পৰিচালক শম্ভু গুপ্তৰ মৃত্যু ৷
  • দেওবাৰে নিশা ১০-৪৫ বজাত মৃত্যু হয় চলচ্চিত্ৰ পৰিচালক গৰাকীৰ ৷
  • অসমীয়া চলচ্চিত্ৰ "দেৱী" আৰু "প্ৰেম আৰু প্ৰেম" পৰিচালনা কৰিছিল চলচ্চিত্ৰ পৰিচালক গৰাকীয়ে ৷
  • ১০ মে'ত তেওঁক ভৰ্তি কৰোৱা হৈছিল আইচিইউত
  • তেওঁৰ পুত্ৰ নিলয় গুপ্ত কোভিডত আক্ৰান্ত ।
  • কন্যা পূবালীও কোভিডত আক্ৰান্ত ।
  • ইফালে ৰাজ্যত দেওবাৰৰ দিনটোত ৫৬ জন লোকৰ মৃত্যু হয় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in