ফাঁচী বজাৰত প্ৰধানমন্ত্ৰীক ক’লা পতাকা প্ৰদৰ্শন কৃষক মুক্তিৰ, চাওঁক VIDEO

ফাঁচী বজাৰত প্ৰধানমন্ত্ৰীক ক’লা পতাকা প্ৰদৰ্শন কৃষক মুক্তিৰ, চাওঁক VIDEO
  • প্ৰধানমন্ত্ৰী মোডী বৰঝাৰৰ পৰা পোনেপোনে ৰাওনা  ৰাজভৱনলৈ।
  • ৰাজভৱনলৈ যোৱা পথত প্ৰধানমন্ত্ৰীক মহানগৰীৰ ভিন্ন স্থানত ক'লা পতাকা প্ৰদৰ্শনৰ বাবে সাজু বিভিন্ন দল-সংগঠন।
  • প্ৰধানমন্ত্ৰীগৰাকীৰ কনভয় সন্মুখত প্ৰতিবাদ সাব্যস্ত প্ৰতিবাদকাৰীৰ।
  • ফাঁচী বজাৰত কৃষক মুক্তিয়ে ক'লা পতাকা প্ৰদৰ্শন কৰে প্ৰধানমন্ত্ৰী মোডীক।
  • লগতে আদাবাৰী তিনিআলিত প্ৰধানমন্ত্ৰীক ক'লা পতাকা প্ৰদৰ্শন কৰে সাহসী যুঁজাৰু সকলে।
  • ইফালে, লতাশিলৰ শ্বহীদ ন্যাসত ক'লা পতাকা প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
  • আছু কৰ্মীৰ 'জয় আই অসম' শ্ল'গান দি প্ৰতিবাদ সাব্যস্ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in