শেহতীয়া খবৰ
বিষাক্ত সুৰাৰ হত্যালীলাঃ ১১ খুচুৰা দোকানী গ্ৰেপ্তাৰ, নিষিদ্ধ লালী গুড়, মুক্ত হৈ আছে পাইকাৰী বেপাৰী  •  অসম চুক্তিৰ বিশেষ দফাৰ প্ৰতিলিপি দাহ কাৰ্যসূচী ৰূপায়ণ হিন্দু যুৱ ছাত্ৰ পৰিষদৰ  •  মাজবাটত অবৈধ শিল-বালি ভৰ্তি তিনিখন ডাম্পাৰ সহ ১২ খনকৈ কাঠৰ চাইকেল জব্দ  •  যোৰহাটত বিষাক্ত সুৰা পান কৰি অসুস্থ হোৱাসকলৰ স্বাস্থ্যৰ বুজ ল’লে মুখ্যমন্ত্ৰী সোণোৱালে  •  অগ্নিগৰ্ভা অৰুণাচল, প্ৰতিবাদকাৰীয়ে জ্বলালে শিল্পীৰ সা-সামগ্ৰীৰ লগতে বৃহৎ সংখ্যক বাহন  •  ঝাৰখণ্ডত নক্সালবাদীৰ বিৰুদ্ধে আৰক্ষী-এছএছবিৰ অভিযান  •  ৰাজ্যজুৰি বিষাক্ত সুৰা সেৱন কৰি মৃত্যু হোৱা লোকৰ সংখ্যা ১০০ লৈ বৃদ্ধি...  •  বিজেপি-আৰ এছ এছে চাহ শ্ৰমিকে সুৰা সেৱন কৰাটো বিচাৰেঃ অখিল গগৈ  •  গোলাঘাটত বিষাক্ত সুৰাই প্ৰাণ ল'লে ৪৬ জনৰ, মৃত্যু হোৱা লোকৰ নাম...  •  বিধ্বংসী অগ্নিকাণ্ডত একেলগে জ্বলিল ১০০খন গাড়ী, চাওঁক VIDEO...

ফাঁচী বজাৰত প্ৰধানমন্ত্ৰীক ক’লা পতাকা প্ৰদৰ্শন কৃষক মুক্তিৰ, চাওঁক VIDEO

1,278
  • প্ৰধানমন্ত্ৰী মোডী বৰঝাৰৰ পৰা পোনেপোনে ৰাওনা  ৰাজভৱনলৈ।
  • ৰাজভৱনলৈ যোৱা পথত প্ৰধানমন্ত্ৰীক মহানগৰীৰ ভিন্ন স্থানত ক’লা পতাকা প্ৰদৰ্শনৰ বাবে সাজু বিভিন্ন দল-সংগঠন।
  • প্ৰধানমন্ত্ৰীগৰাকীৰ কনভয় সন্মুখত প্ৰতিবাদ সাব্যস্ত প্ৰতিবাদকাৰীৰ।
  • ফাঁচী বজাৰত কৃষক মুক্তিয়ে ক’লা পতাকা প্ৰদৰ্শন কৰে প্ৰধানমন্ত্ৰী মোডীক।
  • লগতে আদাবাৰী তিনিআলিত প্ৰধানমন্ত্ৰীক ক’লা পতাকা প্ৰদৰ্শন কৰে সাহসী যুঁজাৰু সকলে।
  • ইফালে, লতাশিলৰ শ্বহীদ ন্যাসত ক’লা পতাকা প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
  • আছু কৰ্মীৰ ‘জয় আই অসম’ শ্ল’গান দি প্ৰতিবাদ সাব্যস্ত।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি