ফেচবুকে বন্ধ কৰিলে কংগ্ৰেছ আই টি কোষৰে জড়িত ৬৮৭টা একাউণ্ট…

ফেচবুকে বন্ধ কৰিলে কংগ্ৰেছ আই টি কোষৰে জড়িত ৬৮৭টা একাউণ্ট…
  • ফেচবুকে বন্ধ কৰিলে ৬৮৭টা একাউণ্ট আৰু পেজ।
  • ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ আই টি কোষৰ সৈতে জড়িত লোকৰ ফেচবুক পেজ আৰু একাউণ্ট কৰিলে বন্ধ।
  • ফেচবুক কৰ্তৃপক্ষই জনায় যে-
  • এই একাউণ্টধাৰীসকলে স্থানীয় বাতৰি তথা ৰাজনৈতিক ইছ্যুসমূহ পোষ্ট কৰিছিল।
  • আগন্তু লোকসভা নিৰ্বাচন, নিৰ্বাচনক লৈ কৰা বিচাৰ-বিবেচনাৰ সন্দৰ্ভত কৰিছিল পোষ্ট।
  • লগতে বিজেপি আৰু বিৰোধী ৰাজনৈতিক দলসমূহৰ বিষয়ে আলোচনা কৰা হৈছিল এই পোষ্টসমূহৰ দ্বাৰা।
  • এই একাউণ্ট কেইটা কংগ্ৰেছৰ আই টি কোষৰে জড়িত লোকৰ আছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in