গুৱাহাটীৰ টি-২০ৰ বাবে দৰ্শকলৈ বিশেষ নিৰ্দেশনা…

গুৱাহাটীৰ টি-২০ৰ বাবে দৰ্শকলৈ বিশেষ নিৰ্দেশনা…
  • দেওবাৰে মহানগৰীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ভাৰত-শ্ৰীলংকাৰ টি-২০।
  • ষ্টেডিয়ামৰ ভিতৰলৈ নিব নোৱাৰিব পানীৰ বটল বা খোৱা সামগ্ৰী।
  • কেৱল মোবাইল আৰু মানীবেগহে দিব পাৰিব দৰ্শকে।
  • ষ্টেডিয়ামৰ ভিতৰতে থাকিব খাদ্যসামগ্ৰী আৰু পানীৰ ব্যৱস্থা।
  • এই কথা জনালে অসম ক্ৰিকেট এছ'চিয়েশ্যনৰ সম্পাদক দেৱজিৎ শইকীয়াই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in