এপ’ল এক্সেল কেয়াৰ হাস্পতালত উদযাপন গণৰাজ্য দিৱস

এপ’ল এক্সেল কেয়াৰ হাস্পতালত উদযাপন গণৰাজ্য দিৱস
  • দেশজুৰি বুধবাৰে উদযাপন কৰা হয় গণৰাজ্য দিৱস।
  • মহানগৰীৰ এপ'ল এক্সেল কেয়াৰ হাস্পতালতো গণৰাজ্য দিৱস উদযাপন কৰা হয়।
  • পুৱাই পতাকা উত্তোলনেৰে উদযাপন কৰা হয় গণৰাজ্য দিৱস।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in