স্বাস্থ্য অধিক অৱনতি প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ…

ফাইল ফটো
ফাইল ফটো
  • দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ স্বাস্থ্য অধিক অৱনতি ঘটিছে।
  • তেওঁক এতিয়াও ভেন্টিলটৰতে ৰখা হৈছে।
  • চিকিৎসকে সদৰী কৰে এই কথা।
  • সোমবাৰে মগজুৰ অস্ত্ৰোপচাৰ সফলতাৰে সম্পূৰ্ণ হোৱাৰ পাছৰে পৰা তেওঁক ৰখা হয় ভেন্টিলেটৰত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in