আছু এৰি বুধবাৰে অগপত যোগ দিব মণিমাধৱ মহন্তই

আছু এৰি বুধবাৰে অগপত যোগ দিব মণিমাধৱ মহন্তই
  • বুধবাৰে অগপত যোগ দিব কেশৱ মহন্তৰ ভাতৃ মণিমাধৱ মহন্তই।
  • আছুৰ পৰা পদত্যাগ কৰাৰ পিছতে অগপৰ যোগ দিয়াৰ প্ৰস্তুতি চলাইছে মণিমাধৱ মহন্তই।
  • উল্লেখ্য যে, কলিয়াবৰ সমষ্টিৰ পৰা প্ৰাৰ্থিত্বৰ প্ৰবল দাবীদাৰ হিচাপে থিয় দিছে মণিমাধৱ।
  • অগপৰ পৰা টিকট লাভৰ সম্ভাৱনা।
  • এনে ৰাজনৈতিক সমীকৰণেৰেই ১৪ মাৰ্চত তেওঁ পদত্যাগ কৰিছিল আছুৰ উপ-সভাপতি পদৰ পৰা।
  • বুধবাৰে অগপৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ'ব লগা যোগদান কাৰ্যসূচীত অগপৰ যোগ দিব মণিমাধৱ মহন্তই।
  • তেওঁৰ লগতে একেলগে অগপত যোগ দিব নগাঁৱৰ কেইবাগৰাকী আছু নেতাইও।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in