বলিউদৰ জনপ্ৰিয় কন্ঠশিল্পী চনু নিগম আই চি ইউত…

 বলিউদৰ জনপ্ৰিয় কন্ঠশিল্পী চনু নিগম আই চি ইউত…

author-image
asomiyapratidin
New Update
 বলিউদৰ জনপ্ৰিয় কন্ঠশিল্পী চনু নিগম আই চি ইউত…

ডিজিটেল ডেস্কঃ সাৱলীল কন্ঠৰে মোহাছন্ন কৰি ৰাখিব পৰা বলিউদৰ জনপ্ৰিয় কন্ঠশিল্পী চনু নিগম যোৱা দুদিন ধৰি অসুস্থ। খাদ্যত হোৱা বিষক্ৰিয়াৰ ফলত বৃহস্পতিবাৰে নিশা স্বাস্থ্যৰ অৱনতি ঘটে। উৰিষ্যাত এক সংগীতানুষ্ঠানত খাদ্য গ্ৰহণ কৰাৰ সময়তে স্বাস্থ্যৰ অৱনতি ঘটা কন্ঠশিল্পীজনক ভৰ্তি কৰোৱা হয় এখন চিকিৎসালয়ত। বৃহস্পতিবাৰে নিশাৰ পৰা ৪৮ ঘন্টা আই আই চি ইউতে থকা চনু নিগমক শুকুৰবাৰে কিছু পৰিমাণে স্বাস্থ্যৰ উন্নত হয়। সুস্থ হৈয়ে কন্ঠশিল্পীজনে ইনষ্টাগ্ৰামৰ জৰিয়তে সকলো অনুৰাগীকে ধন্যবাদ জ্ঞাপন কৰি কয় ' আপোনালোকৰ মৰম আৰু আৰ্শীবাদৰ বাবে বহুত বহুত ধন্যবাদ।'